কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এম্পিয়াৰem.pi.yarAbstract Noun
বিদ্যুত প্ৰবাহৰ একক ৷
Unit of electric current. Flow of one coulomb charge per one second.
- এম্বুলেঞ্চe.mbu.le.y~sMaterial Noun
গুৰুতভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিক চিকিৎসালয়লৈ অনা-নিয়া কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এখন বিশেষ মটৰগাড়ী
a specially equipped motor vehicle, for carrying sick or injured people, usually to a hospital.
- এম্বেছাদৰem.be.sa.dorMaterial Noun
হিন্দুস্তান মটৰ্ছে সাজি উলিওৱা এখন ভাৰতীয় মটৰ গাড়ী৷
A typical Indian car manufactured by Hindustan Motors.
- এম্মিটাৰMaterial Noun
এবিধ আহিলা যাৰ সহায়ত ইলেকট্ৰিক কাৰেন্তৰ পৰিমাণ জোখা হয়৷
An instrument for measuring the strength of an electric current
- এযোৰe.jo`rAbstract Noun
দুটা একেধৰণৰ বস্তুৰ সমষ্টি৷
two identical, similar, or corresponding things that are matched for use together.
- এলএল.বিel.el.biAbstract Noun
Bachelor of Lawৰ সংক্ষিপ্ত ৰূপ৷ কোনো বিশ্ববিদ্যালয়ে আইন বিষয়ত দিয়া প্ৰথম/ স্নাতক উপাধি৷ তিনিবছৰীয়া আইন পাঠ্যক্ৰমৰ পৰিবৰ্তে আজিকালি বহু প্ৰচলিত পাঁচবছৰীয়া আইন পাঠ্যক্ৰমৰ স্নাতকক কেৱল LL.B উপাধি নিদি B.A./B.Sc./B.Tech./BB.A.LL.B আদি উপাধি দিয়া হয়৷
Bachelor of Law. The first degree given by a university to a law graduate.
- এলবিডোel.bi.do`Abstract Noun
কোনো বস্তুৰ পৰা সূৰ্যৰ ৰশ্মিৰ বিচ্ছুৰণ আৰু প্ৰতিফলনৰ পৰিমাণ৷
the ratio of the light reflected by a planet or satellite to that received by it.
- এলা-পাকela-pakProper Adj.
কোনো কাৰণ বা ভিত্তি নথকা।
having no reason or basis.
- এলা-পেচাelā-pecāAdjective
এনেই বা অলপতে পাচ হোহকা; অলপ-ধতুবা; সামান্য; যেই সেই; ইতৰ; অবহেলাৰ পাত্ৰ
ordinary; mean; negligible; of no consequence
- এলা-বাদুelā-bāduAdjective
আলা-বাদু; অশুবনী; কামৰ অনুপযুক্ত
worthless
- এলাং-এথাংelām-ethāmAdjective
বিশৱঙ্খল
scattered
- এলাংএথাংe.lang.e.thangAbstract Noun
কোনো শৃংখলা নথকা; খেলি-মেলিকৈ থকা অৱস্থা।
lack of discipline or order.
- এলাই-জাঁপৰীelāi-jām̐parīAdjective
চুলি, কানি-কাপোৰ, গা আদি অপৰিষ্কাৰ ৰখা; গা-নতোবা; জধলা
slovenly and ugly; untidy
- এলাই-জাবৰীelāi-jābarīAdjective
চুলি, কানি-কাপোৰ, গা আদি অপৰিষ্কাৰ ৰখা; গা-নতোবা; জধলা
slovenly and ugly; untidy
- এলাইছe.laisProper Adj.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।
unable to work or act any more as energy has been spent already to do so.
- এলাইজাঁপৰীe.lai.ja~.po.riVerbal Adj.
বিশৃংখলভাৱে থকা ।
not arranged tidily.
- এলাইজাবৰীe.lai.ja.bo.riProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- এলাইবাদুe.lai.ba.duProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- এলাকাelākāNoun
দখল, অধিকাৰ
possession; jurisdiction
- এলাগিelāgiAdjective
আভঁজা; দেখিবলৈ বেয়া; কুশ্ৰী; অশুবনী
ugly; uncomely