কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদ্ভাৱনud.bha.wonAbstract Noun
সাধাৰণ কাৰিকৰী পাৰদৰ্শিতাৰ সৈতে সম্পূৰ্ণ পৃথক, আগেয়ে নথকা কোনো নতুন, ব্যৱহাৰযোগ্য পদ্ধতি, যন্ত্ৰপাতি অথবা বৰ্ত্তমানে উপলব্ধ তেনে বস্তুৰ উন্নয়ন, যি অনন্য সংযোজন হিচাপে পৰিচিত হয়
a new, useful process, machine, improvement, etc., that did not exist previously and that is recognized as the product of some unique intuition or genius, as distinguished from ordinary mechanical skill or craftsmanship
- উদ্ভাৱনাud.bha.bo.naAbstract Noun

- উদ্ভাৱনীud.bha.wo.niProper Adj.
কোনো বস্তু নতুনকৈ সৃষ্টি কৰা বা নতুনকৈ উৎপন্ন কৰিব পৰা; চিন্তা বা কামত স্বতন্ত্ৰতা আৰু সৃষ্টিশীলতা দেখুওৱা৷
(used of persons or artifacts) relating to, or characterized by invention; marked by independence and creativity in thought or action.
- উদ্ভিজ্জভোজীud.bhi.jjo.bho`.jiProper Adj.
ঘাহ, তৃণ আদি খাই জীয়াই থকা জন্তু ৷
animal that feeds on plants
- উদ্ভিজ্জাশীCommon Noun
উদ্ভিদজাত আহাৰ খোৱা কিন্তু মাছ, মাংস আৰু কণী নোখোৱা লোক৷
a person who eats vegetable foods and does not take fish, meat and egg.
- উদ্ভিদudbhidaAdjective
মাটি ফুটাই বা ভেদ কৰি ওলোবা
sprouting; germinating
- উদ্ভিদ প্লৱকNoun
উদ্ভিদ প্লৱক
উদ্ভিদ প্লৱক
- উদ্ভিদ বিজ্ঞানud.bhid big.gyanAbstract Noun
উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰা জীৱবিজ্ঞানৰ শাখা
the branch of biology that studies plants
- উদ্ভিদ বিষNoun
উদ্ভিদ বিষ
উদ্ভিদ বিষ
- উদ্ভিদ ভূগোলNoun
উদ্ভিদ ভূগোল
উদ্ভিদ ভূগোল
- উদ্ভিদ ৰসMaterial Noun
কেঁচা আমৰ দৰে ফল এটা ছিঁঙাৰ ফলত ঠাৰিডালৰ পৰা ওলোৱা আঠালতীয়া ৰস
sticky juice coming out of a mango stalk when plucked
- উদ্ভিদ- বেত্তা
উদ্ভিদ-বিদ্যাত পাৰ্গত লোক
a botanist
- উদ্ভিদ-বিজ্ঞান
যি বিদ্যা শিকিলে গছ, লতা আদি উদ্ভিদ পদাৰ্থৰ কথা জানিব পাৰি
botany
- উদ্ভিদ-বিদ্যা
যি বিদ্যা শিকিলে গছ, লতা আদি উদ্ভিদ পদাৰ্থৰ কথা জানিব পাৰি
botany
- উদ্ভিদকুলAbstract Noun
কোনো এক নিৰ্দিষ্ট অঞ্চল, বসতিস্থল, বা ভূতাত্ত্বিক যুগৰ উদ্ভিদসমূহ ৷
the plants of a particular region, habitat, or geological period.
- উদ্ভিদবিদ্যাud.bhid.bi.dyaAbstract Noun
উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰা জীৱবিজ্ঞানৰ শাখা
the branch of biology that studies plants
- উদ্ভিন্নudbhinnaAdjective
অঙ্কুৰিত; প্ৰস্ফুটিত; প্ৰকাশিত
burst- forth; having broken through
- উদ্ভিন্ন-যৌবনাAdjective
যৌবন ভালকৈ প্ৰকাশিত হৈ পৰা।
- উদ্ভিন্নযৌৱনাud.bhin.no.jou.bo.naCommon Noun
বিয়া নোহোৱা যৌৱনপ্ৰাপ্ত ছোৱালী|
A girl or young woman who is unmarried.
- উদ্ভূতudbhūtaAdjective
উৎপত্তি হোবা; উৎপন্ন; জন্মা
born; produced