কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধ্বনিবৰ্দ্ধকdho.ni.bor.dhokMaterial Noun
বৈদ্যুতিক সঙ্কেতক শব্দলৈ ৰূপান্তৰিত কৰি কাৰোবাৰ কণ্ঠস্বৰ বা মাত ডাঙৰ কৰিব পৰা এক সঁজুলি।
A device that magnifies the volume of one's voice by converting electrical signals into sound.
- ধ্বনিমূলকdwo.ni.mu.lokProper Adj.
কোনো ধ্বনি বা স্বৰৰ সৈতে সঙ্গতি থকা শব্দ সম্বন্ধীয় |
The naming of a thing or action by a vocal imitation of the sound associated with it (as buzz, hiss)
- ধ্বনিহীনdhwo.ni.hinProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- ধ্বন্যাঘাতdhbanyāghātaNoun
শব্দ উচ্চাৰণ কৰাত তাৰ কোনো ভাগত আন ভাগতকৈ বেছিকৈ লগা শ্বাসৰ খুন্দা
accent
- ধ্বন্যাত্মকdhbanyātmakaAdjective
শব্দৰ অনুকাৰমূলক; ধ্বনিমূলক
onomatopoetic
- ধ্বস্তAdjective
কাটি মাৰি নষ্ট কৰা; উচ্ছন্ন
destroyed; laid waste
- ধ্যাতব্যdhya.to.byoProper Adj.
কল্পনা কৰিব পৰা, ভাৱিব পৰা
possible to imagine; something that can be imagined
- ধ্যানdhyānaNoun
বৰকৈ মন লগাই চিন্তা কৰা কাৰ্য্য, বিশেষকৈ দেবতাৰ ৰূপ, গুণ আদি
close meditation, especially on the form and attributes of a deity
- ধ্যান কৰ্dhyan korVerb-Trans.
একান্ত মনে চিন্তি থাক্
to engage in thought or contemplation
- ধ্যান লাগ্
"ৰ লাগ্" চোবাঁ
to remain silent, as if in deep thought
- ধ্যান-ধাৰণাdhyan-dha.ro.naAbstract Noun
কোনো বিষয়ক চিন্তাৰ এক ধাৰা বা এক ধৰণৰ চিন্তা প্ৰক্ৰিয়া
a school of thinking
- ধ্যানগম্যdhyan.go.myoProper Adj.
ধ্যানেৰে যাক পাব পাৰি বা জানিব পাৰি৷
attainable by meditation or contemplation.
- ধ্যানমগ্নdhyānamagnaAdjective
সমাহিত; ধ্যানস্হ
absorbed in meditation
- ধ্যানযোগ্যdhyan.jo`.gyoVerbal Adj.
ধ্যান বা জপ কৰাৰ যোগ্য
fit to be meditated upon
- ধ্যানস্থdhya.nos.thoProper Adj.
ধ্যান কৰি কৰি বাহ্যজ্ঞান যাৰ লুপ্ত হৈছে৷
engrossed in meditation.
- ধ্যানস্হdhyānashaAdjective
ধ্যানত ৰত; চিন্তামগ্ন
abosorbed in meditation; lost in thought
- ধ্যানৰতdhyan.no.rotProper Adj.
ধ্যান কৰি কৰি বাহ্যজ্ঞান যাৰ লুপ্ত হৈছে৷
engrossed in meditation.
- ধ্যায়মানdhyāẏamānaAdjective
যাক ধ্যান কৰা হয়
one who is meditated upon
- ধ্যেয়dhyeẏaAdjective
যাক ধ্যান কৰা হয়
one who is meditated upon
- ধ্ৰুপদdhrupada
যিবিলাক গীতৰ অন্তৰা বা কলিবোৰ একে নিয়মে চলি থাকে