কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খিচিৰিkhiciriNoun
চাউল, মাহ, ঘিউ, মচলা আদি একেলগে সিজোবা খাদ্য
food prepared by cooking together rice, pulse and ghee
- খিচিৰি পাগ্khiciri, pāg
লেতেৰ-পেতেৰ কৰ্; সানমিহলি কৰ্।
- খিচিৰি ভাতkhi.si.ri bhatMaterial Noun
চাউল আৰু দাইল একেলগে ঘিঁউ বা তেলত মছলা আদি দি সিজোৱা আহাৰ৷ কেতিয়াবা চাউল দাইলৰ লগত আলু বা আন পাছলিও দিয়া হয়৷
mixture of rice and daal (sometimes with potato and other vegitables) cooked together with ghee/oil and spices.
- খিচিৰীkhi.si.riVerbal Noun
মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।
the product of a mixing process.
- খিচিৰী কৰ্khi.si.ri korVerb-Trans.
এটা (বস্তু, মৌল বা পদাৰ্থ আদি)ক এক সংগ্ৰহ বা সমূহৰ সৈতে যোগ কৰি সম্পূৰ্ণকৈ মিলা
to add one (substances, elements, things, etc.) into one mass, collection, or assemblage, generally with a thorough blending of the constituents.
- খিচুৰিkhicuriNoun
চাউল, মাহ, ঘিউ, মচলা আদি একেলগে সিজোবা খাদ্য
food prepared by cooking together rice, pulse and ghee
- খিচ্খিচীয়াkhickhicīẏāAdjective
নিচেই সৰু বা লাহী অথচ টান
very small or slender but hard to the touch
- খিছ্মিছ্khichmichNoun
শুকান ফল-বিশেষ।
- খিটকালAbstract Noun
চতুৰৰ গুণ
the quality of being crafty.
- খিটখিটীয়াkhit.khi.ti.yaProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- খিট্খিটনিkhiṭkhiṭani
"খিল্খিল" চোবাঁ। বিণ. খিট্খিটীয়া খিংখিঙীয়া
peevish
- খিট্খিটাkhiṭkhiṭā
"খিল্খিল" চোবাঁ। বিণ. খিট্খিটীয়া খিংখিঙীয়া
peevish
- খিট্খিট্khiṭkhiṭ
"খিল্খিল" চোবাঁ। বিণ. খিট্খিটীয়া খিংখিঙীয়া
peevish
- খিতপীয়াkhitapīẏāAdjective
খিতাপ পোবা; যশস্যাশালী; খ্যাতিমন্ত; নাম-জ্বলা
famous; renowned
- খিতাপkhitāpaNoun
উপাধি
a distinctive appellation
- খিতিং-খাতাংkhitim-khātāmNoun
দুটা সৰু টান বস্ত্তৰ খুন্দা বা যুঁজ খোবাৰপৰা হোবা শব্দ; সামান্য দন্দ-কাজিয়া
a slight dispute or quarrel
- খিতিংখাতাংAbstract Noun
দুটা টান বস্তুৰ পাতলকৈ হোৱা খুন্দিয়া-খুন্দিৰ শব্দ
the sound of two hard things striking slightly against each other
- খিদমতkhidamataNoun
খেচমত; খেদমত; খাটনি
service
- খিদমতগাৰkhidamatagāraNoun
সেবক; পৰিচালক (খুদাই খেদমতগাৰ)।
- খিন্নkhinnaAdjective
চিন্তিত; অপ্ৰসন্ন; ক্লিষ্ট
depressed; suffering pain or uneasiness