কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সতৰঞ্চিxot.ron.siMaterial Noun
নানা বৰণীয়া কপাহী দলিচা।
a multi-coloured floor covering made of cotton.
- সতৰঞ্চি, সত ্ৰঞ্জিsatarañci, sata
rañ্ji/hw> [ফা. শতৰঞ্জী] বি. নানান বৰণীয়া কপাহী দলিচা
a cotton-carpet
- সতৰাইsatarāiAdverb
বেগতে; শীঘ্ৰে
instantly; quickly
- সতৰিsatariNoun
"সত্তৰ" চোবাঁ।
- সতৰি যুগৰxo.to.ri ju.gorProper Adj.
বুৰঞ্জীৰ বা জনস্মৃতিৰো আগৰ কালৰ, বহু পুৰণি ৷
long past; beyond the limits of memory or tradition or recorded history.
- সতৰিতsataritaAdjective
বিজুলীৰে উজ্জ্বল হোবা; যেনে- "সতবিত নীল নবীন মেঘ জিনিয়ে" (বৰগীত)
brightened by lightning
- সতৰীsatarīNoun
কথকী তিবোতা; লেল্-পেল্ নিছিগা কথা কৈ খকা তিৰী
a garrulous woman
- সতৰ্কsatarkaAdjective
সাবধান; ততোবাল; তত লৈ থকা
cautious; careful
- সতৰ্ক হxotorko hoVerb-Intran.
শুই থকাৰ পৰা উঠ অথবা সজাগ হ৷
To come out of a state of natural sleep or become alert.
- সতৰ্কতাxo.tor.ko.taAbstract Noun
সম্ভাৱ্য বিপদ সম্পৰ্কে সজাগতা
the state of being alert against a possible danger
- সতৰ্কতাৱলম্বনxo.tor.ko.ta.wo.lom.bonAbstract Noun
সম্ভাৱ্য বিপদ সম্পৰ্কে সজাগতা
the state of being alert against a possible danger
- সতৰ্কবাণীxo.tor.ko.ba.niAbstract Noun
সম্ভাৱ্য বিপদ সম্পৰ্কে আগতীয়াকৈ দিয়া তথ্য বা পৰামৰ্শ।
information or advice of a possible danger.
- সতৰ্কেxo.tor.keAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- সতৱষ্ণsatawaṣṇaAdjective
তৱষ্ণাপূৰ্ণ; স্পৱহাযুক্ত; ইচ্ছাপূৰ্ণ।
- সদনsadanaNoun
গৱহ; ঘৰ; বাসস্হান
a house; a residence
- সদম্ভProper Adj.
অত্যধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মকভাৱে নিজক জাহিৰ কৰা।
Aggressively assertive or overbearingly confident.
- সদম্ভেxo.dom.bheAdverb
showing overbearing pride or self-importance
- সদল-বলেxo.dol-bo.leAdverb
নিজৰ দল বা সমৰ্থকক লগত লৈ।
taking one`s group or party with.
- সদস্যsadasyaNoun
সভ্য; সভাত যোগ দিয়া লোক; . সদাই ক্ৰি. বিণ. সদায়
a member ; always
- সদস্য হxo.do.xyo hoVerb-Trans.
ইণ্টাৰনেট মাধ্যমেৰে কোনো পাঠ, সেৱা আদি গ্ৰহণ কৰিবলৈ বা তাত প্ৰৱেশ কৰিবলৈ গ্ৰহণ কৰিব লগা পদক্ষেপ ৷
To authorize (someone) to receive or access electronic texts or services, especially over the Internet.