কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এবাৰe.barAdverb
done or carried out only one time
- এবুকুebukuAdjective
বুকুৰ সমান দ বা ওখ
as high as the breast of a man; breast-deep
- এবুলীয়াebulīẏāAdjective
এবাৰ মাথোন ৰং বা বৰণ লগোবা
dyed or painted once only
- এবেebeAdverb
এতিয়া
now
- এবেগেতe.be.getAbstract Noun
দৈৰ্ঘ্যৰ অস্বীকৃত একক৷ হাতৰ বুঢ়া আঙুলিৰ আৰু মধ্যমা(বা কণিষ্ঠ) আঙুৰি মেলি ধৰিলে হোৱা জোখ৷
A unit of lenght; it is not accepted as scientific unit. It has its use in ordinary life. lenghth shown by thumb and middle finger.
- এবেগেতীয়াe.be.ge.ti.yaProper Noun
এবেগেত দীঘল কোনো ব্যক্তি বা বস্তু৷
A person or thing having lenghth shown by thumb and middle finger.
- এবেভিলীয়Abstract Noun
ইউৰোপৰ প্ৰথম প্ৰত্নপ্ৰস্তৰ যুগৰ সংস্কৃতি সম্পৰ্কীয়
denoting to the first Paleolithic culture in Europe
- এবেলিebeliNoun
এবাৰ; যেনে-"আৰু এবেলি আহিবা"
once
- এবেলীয় গ্ৰুপNoun
এবেলীয় গ্ৰুপযএবেলীয় সংঘ
এবেলীয় গ্ৰুপযএবেলীয় সংঘ
- এবেলীয় সংঘNoun
এবেলীয় গ্ৰুপযএবেলীয় সংঘ
এবেলীয় গ্ৰুপযএবেলীয় সংঘ
- এবেলীয়াebelīẏāAdjective
আধা দিনৰ নিমিত্তে থকা; আধা-দিনীয়া; যেনে -"এবেলীয়া কাম; এবেলীয়া উপবাস"
lasting half a day
- এবৰীয়াebarīẏāAdjective
(নাবৰ) এটা বাৰ চাপৰ হেলনীয়া; একতীয়া
lop-sided
- এভাগe.bhagProper Adj.
(কিহবাৰ) এটা ভাগ বা অংশ।
one part (of something)
- এভালেঞ্চ ডায়ডNoun
এভালেঞ্চ ডায়ড
এভালেঞ্চ ডায়ড
- এভাৰেষ্টe.bha.restProper Noun
হিমালয়ত অৱস্থিত পৃথিৱীৰ সৰ্বোচ শৃংগ৷
Mount Everest, also known in Nepal as Sagarmatha and in Tibet as Chomolungma, is Earth`s highest mountain. It is located in the Mahalangur section of the Himalayas
- এভাৰেষ্ট শৃংগe.bha.rest sring.goProper Noun
হিমালয়ত অৱস্থিত পৃথিৱীৰ সৰ্বোচ শৃংগ৷
Mount Everest, also known in Nepal as Sagarmatha and in Tibet as Chomolungma, is Earth`s highest mountain. It is located in the Mahalangur section of the Himalayas
- এভুebhuAdverb
এতিয়াও
even now
- এভুমুকি মাৰe.bhu.mu.ki marVerb-Intran.
(সাধাৰণতে কথিত)কাৰোবাৰ ঘৰলৈ বা কৰবালৈ হঠাতে, অপ্ৰত্যাশিতভাবে আৰু অনৌপচাৰিকভাবে আহ৷
(colloquial)to pay a casual, informal or unexpected visit to a person or a place.
- এভোebhoAdverb
এতিয়াও
even now
- এভ’গেড্ৰ’ ধ্ৰুৱকNoun
এভ’গেড্ৰ’ ধ্ৰুৱক
এভ’গেড্ৰ’ ধ্ৰুৱক