কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফেৰ পাত ্
যুঁজিবলৈ সাজু হ
to be ready to fight
- ফেৰ মাৰ্
তৰ্জ্জু আদিৰে দুয়ো ফালে সমান গধুৰ কৰ্
to balance
- ফেৰ মেল্
ফেট মেল্; বহল হৈ যা
to spread out
- ফেৰকটাpherakaṭāAdjective
"ফেৰেকা" চোবাঁ।
- ফেৰফেৰণিpherapheraṇiNoun
একেৰাহে কিছু প্ৰবল চেঁচা বতাহ বৈ থাকিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound of a strong and continuous cold breeze
- ফেৰফেৰাIntransitive verb; Adjective
ফেৰফেৰীয়া. ক্ৰিয়া বিণ. ফেৰফেৰ কৰে।
- ফেৰাpherāNoun
উৰু
the thigh
- ফেৰাৰpherāraAdjective
পলাই যোবা
fleeing away to escape punishment; absconding
- ফেৰিpheriNoun
বাটে বাটে ঘুৰি ফুৰি বস্ত্ত বেচা কাৰ্য্য।
- ফেৰিবালা
এইদৰে বস্ত্ত বেচোঁতা।
- ফেৰিবালাpheribālāNoun
ঘূৰি ফুৰি বস্ত্ত বেচোঁতা
hawker
- ফেৰিয়া-ফেৰিpheriẏā-pheriNoun
অৰিয়া-অৰি; প্ৰতিযোগিতা
rivalty; competition
- ফেৰিৱালাphe.ri.wa.laCommon Noun
ঘৰে ঘৰে বস্তু বেচি ফুৰা বেপাৰী
A trader who sells goods form door to door.
- ফেৰুবা
'ফেউ' 'ফেউ' শব্দ কৰি মতা শিয়াল
a jackal crying "pheu"
- ফেৰুবাpherubāNoun
ফেউ ফেউ শব্দ কৰি মতা শিয়াল।
- ফেৰুৱাphe.ru.waCommon Noun
আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ কুকুৰ-সদৃশ এবিধ স্তন্যপায়ী জন্তু।
Any of several doglike mammals of the genus Canis of Africa and southern Asia that are mainly foragers feeding on plants, small animals, and occasionally carrion. Kingdom: AnimaliaPhylum: ChordataClass: MammaliaOrder: CarnivoraFamily: CanidaeGenus: Canis
- ফেৰেংগাদাওphe.reng.ga.douProper Noun
মেদিনী চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস৷
An Assamese novel by Medini Choudhury. Published by Naba Kalita, Kiran Publication, Ratanpur, Dhemaji.
- ফেৰেকাpherekāAdjective
আঁতৰা-আঁতৰি; যিমান আঁতৰ হ'ব লাগে তাতকৈ বেছি আঁতৰ (ঠেঙ); ডাল মেলা
set farther apart than usual (said of the legs)
- ফেৰেকা-কোলা
লওঁতাৰ কঁকালত ল'ৰা-ছোবালীৰ ভৰি দুটা ফেৰেকা কৰি লোবা কোলা
a manner of carrying a child by seating it astride on the hip
- ফেৰেকা-ফেৰেকAdjective
ভৰি ফেৰেকা কৰি (খোজ কঢ়া)
with the legs farther apart than usual