কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৌম্যdhaumyaNoun
পাণ্ডববিলাকৰ পুৰোহিত
the priest of the Pāṇḍavas
- ধৌলিবৰdhaulibaraNoun
ৰজাঘৰ; যেনে-"তৈতো খুজি লুৰি নপাই সীতাক হতাশ। ধৈলিবৰে পশিলন্ত দ্বিতীয় কৈলাস" (মা. ক., সুন্দৰাকাণ্ড)।
- ধৌলিৱৰdhou.li.borMaterial Noun
ৰজা, মহাৰজাসকলৰ ডাঙৰ আট্টালিকা৷
the official residence of a king, queen, bishop, or other sovereign or exalted personage
- ধ্বংসdhbaṃsaNoun
সংহাৰ; কাটি-মাৰি নাশ কৰা কাৰ্য্য
destruction; devastation
- ধ্বংস কৰ্dhong.xo korVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- ধ্বংসক
ধ্বংসোঁতা সংহাৰ কৰোঁতা; নাশ কৰা মানুহ
a destroyer
- ধ্বংসকাৰী
ধ্বংসোঁতা সংহাৰ কৰোঁতা; নাশ কৰা মানুহ
a destroyer
- ধ্বংসকাৰ্য্যdhwong.xo.kar.jyoAbstract Noun
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.
- ধ্বংসগ্ৰস্তdhong.xo.gros.toProper Adj.
পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা
Something damaged in a way that its shape has altered from the original
- ধ্বংসনNoun
ধ্বংস কৰা কাৰ্য্য।
- ধ্বংসপ্ৰাপ্তdhwong.xo.prap.toVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- ধ্বংসপ্ৰৱণতাdhong.xo.pro.bo.no.taAbstract Noun
ইচ্ছাকৃতভাৱে ৰাইজৰ সম্পত্তি অনিষ্ট কৰা৷
deliberately mischievous or malicious destruction or damage of property
- ধ্বংসমুখীdhwong.xo.mu.khiProper Adj.
ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা
able to or having the intention to render useless or destroy.
- ধ্বংসযজ্ঞAbstract Noun
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.
- ধ্বংসলীলাdhong.xo.li.laAbstract Noun
প্ৰাকৃতিক কাৰণত হোৱা বা মানুহ বা জন্তুৱে বিশদভাৱে কৰা ঘৰ-দুৱাৰ,ৰাষ্টা-ঘাট-দলং, খেতি-বাতি আদিৰ হানি
A situation or condition of wide physical damage and destructions (may be caused by man, nature or animal or such other factors)
- ধ্বংসস্তূপdhwong.xo.stupMaterial Noun
remains of something after destruction, often monuments of historial imortance
- ধ্বংসহীনdhong.xo.hinProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- ধ্বংসাতীতdhong.xa.titProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- ধ্বংসাত্মকdhong.xat.mokProper Adj.
ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা
able to or having the intention to render useless or destroy.
- ধ্বংসাৱশেষdhong.xa.wo.xexMaterial Noun
remains of something after destruction, often monuments of historial imortance