কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মননmananaNoun
ভালকৈ চিন্তা কৰি মনত সুমোবা কাৰ্য্য
the act of reflecting and assimilating; meditation
- মননধৰ্মীProper Adj.
অতি সাৱধান বা যত্ন লৈ কৰা৷
possessing carefulness. extremely careful and precise.
- মননশীলmo.non.xilProper Adj.
অতি সাৱধান বা যত্ন লৈ কৰা৷
possessing carefulness. extremely careful and precise.
- মননশীলতাmo.non.xi.lo.taAbstract Noun
the state of being profound-mentally or intellectually deep.
- মনপাmon.paProper Noun
অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেং জিলাত বাস কৰা এক নৃগোষ্ঠী৷
an ethnic group living mostly in the Tawang and West Kameng districts of the Indian state of Arunachal Pradesh.
- মনপুতিmon.pu.tiVerb-Trans.
ভালকৈ মনোযোগ আৰু গুৰুত্ব দি
with full attention and seriousness
- মনপৰশাmon.po.ro.xaProper Adj.
আৱেগ জগাই তুলিব পৰা বা হৃদয় চুই যোৱা
something that is emotionally appealing
- মনমোহাmon.mo`.haProper Adj.
অতিশয় ভাললগা, মনোৰম, আনন্দ-দায়ক|
very pleasant, attractive or delightful.
- মনশ্চক্ষুmanaścakṣuNoun
অন্তৰ্দৱষ্টি; কল্পনা।
- মনসাmanasāNoun
বিষহৰী; পদ্মাদেবী।
- মনসিজmanasijaNoun
কামদেব।
- মনস্কামmanaskāmaNoun
মনোবাঞ্ছা।
- মনস্তত্ত্বmanastattbaNoun
মনোবিজ্ঞান; মনৰ বিষয়ে বিদ্যা
psychology
- মনস্তত্বmo.nos.tot.twoAbstract Noun
এজন নিৰ্দ্দিষ্ট ব্যক্তিৰ মানসিক বৈশিষ্ট্যসমূহ
The mental characteristics of a particular individual
- মনস্তাত্ত্বিকProper Adj.
এজন ব্যক্তিৰ মানসিক প্ৰকৃতিৰ সৈতে সম্বন্ধ থকা।
related to the mental characteristics of a particular individual.
- মনস্তাত্ত্বিকভাষাবিজ্ঞানAbstract Noun
ভাষা এটাৰ আহৰণ, সৃষ্টি আৰু বোধগম্যতাৰ সৈতে জড়িত মানসিক প্ৰক্ৰিয়াবোৰ প্ৰকাশ কৰা ভাষাতত্বৰ এক ভাগ
a brunch of linguistics that seeks to disclose the mental processes that are involved in the acquisition, production, and comprehension of language
- মনস্তাত্বিকmo.nos.ta.tikProper Adj.
এজন ব্যক্তিৰ মানসিক প্ৰকৃতিৰ সৈতে সম্বন্ধ থকা।
related to the mental characteristics of a particular individual.
- মনস্তাত্বিকভাৱেmo.nos.ta.twik.bha.beAdverb
মানসিক প্ৰকৃতিক প্ৰভাৱিত কৰি; মনৰ ওপৰত প্ৰভাৱ পেলোৱাকৈ
with an impact on the mental characteristics; with an effect on mind
- মনস্তাপmanastāpaNoun
মনত হোবা তাপ বা পীড়া; অত্যধিক মনোকষ্ট; সন্তাপ
agony; mental pain; repentance
- মনস্তুষ্টিmo.nos.tus.tiAbstract Noun
নিজে যি পাব লাগে সেইখিনি পাই বা দেখি মনত আনন্দ লাভ কৰা |
A state of mind in which one's desires are confined to his lot whatever it may be; happiness with one's situation in life.