কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ষ্টিবাইনNoun
ষ্টিবাইন
ষ্টিবাইন
- ষ্টিভেন পল জব্চsti.bhen pol jobsProper Noun
এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ৰ গুৰি ধৰোঁতা আৰু আৱিষ্কাৰক৷ তেখেত এপল ইনকৰ সহ-প্ৰতিষ্ঠাতা, লগতে তেখেত অধ্যক্ষ আৰু মুখ্য কাৰ্য্যকৰী বিষয়াৰ পদতো অধিস্থিত আছিল৷
The iconic co-founded of Apple Computers with Steve Wozniak and led the company to pioneer a series of revolutionary technologies.
- ষ্টীভ জব্চstibh jobsProper Noun
এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ৰ গুৰি ধৰোঁতা আৰু আৱিষ্কাৰক৷ তেখেত এপল ইনকৰ সহ-প্ৰতিষ্ঠাতা, লগতে তেখেত অধ্যক্ষ আৰু মুখ্য কাৰ্য্যকৰী বিষয়াৰ পদতো অধিস্থিত আছিল৷
The iconic co-founded of Apple Computers with Steve Wozniak and led the company to pioneer a series of revolutionary technologies.
- ষ্টুডিঅ’stu.di.o``Proper Noun
আকাশবাণী-দূৰদৰ্শনৰ সম্প্ৰচাৰৰ বাবে বাণীবন্ধন কৰা বা আলোকচিত্ৰ গ্ৰহণৰ অথবা সংগীত ৰেকৰ্ডিঙৰ বাবে বিশেষভাৱে ৰখা ঠাই ৷
a room or set of rooms specially equipped for broadcasting radio or television programs, making phonograph records, filming motion pictures, etc.
- ষ্টেচনste.sonMaterial Noun
a place where people board and get off from a mode of transportation
- ষ্টেডিয়ামste.di.yamProper Noun
চাৰিওফালে বহাৰ সুবিধা থকা বহল খেলপথাৰ ৷
a large sports-ground or racecourse usually with seats for spectators.
- ষ্টেথ’চক’পstha.tho``s.ko``pMaterial Noun
হৃদস্পন্দন বা হাওঁফাওঁৰ ভিতৰৰ বায়ুৰ শব্দ বা পেটৰ শব্দ শুনিবলৈ চিকিৎসকে ব্যৱহাৰ কৰা এবিধ সৰঞ্জাম৷
a medical instrument used for listening to the heart beats or movement of air in the lungs or any other sounds inside the body.
- ষ্টেৰইডNoun
ষ্টেৰইড
ষ্টেৰইড
- ষ্টেৰলNoun
ষ্টেৰল
ষ্টেৰল
- ষ্টেৰিঅ’কেমিষ্ট্ৰNoun
এটা যৌগৰ পৰমাণু সমূহৰ ব্যৱধানৰ পাৰস্পৰিক অৱস্থান নিৰ্ণয় কৰা আৰু যৌগটোৰ ধৰ্মত এই অৱস্থানৰ প্ৰভাৱ সম্পৰ্কে কৰা অধ্যয়নৰ সৈতে জড়িত ৰসায়ন বিজ্ঞানৰ এক শাখা
the branch of chemistry that deals with the determination of the relative positions in space of the atoms or groups of atoms in a compound and with the effects of these positions on the properties of the compound.
- ষ্টেৰিঅ’সমযোগিতাNoun
ষ্টেৰিঅ’সমযোগিতা
ষ্টেৰিঅ’সমযোগিতা
- ষ্ট’কছৰ বিধিNoun
ষ্ট’কছৰ বিধি
ষ্ট’কছৰ বিধি
- ষ্ট’ভ্sto``bhMaterial Noun
লৈ ফুৰাব পৰা এবিধ চৌকা |
A portable apparatus that furnishes heat for cooking, commonly using coal, oil, gas, wood, or electricity as a source of power.
- ষড়xo.roAbstract Noun
তলত দিয়া তৰা কেইটা গণনা কৰিলে পোৱা সংখ্যাটো*** ***
the number represented by the following number of stars: *** ***
- ষড়ঙ্গṣaṛaṅgaAdjective
ছটা অঙ্গ থকা
having six limbs
- ষড়বিংশxo.ro.bing.xoAbstract Noun
বিছতকৈ ছয় বেছি৷
six more than twenty,the symbol denoting 26.(২৬ in Assamese)
- ষড়বিংশতিতমxo.ro.bing.xo.ti.tomAbstract Noun
বিছতকৈ ছয় বেছি৷
six more than twenty,the symbol denoting 26.(২৬ in Assamese)
- ষড়ভিক্তxo.ro.bhik.toCommon Noun
বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism.
- ষড়ভিজ্ঞxo.ro.bhi.gyoCommon Noun
বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism.
- ষড়ভূজxo.ro.bhujAbstract Noun
ছয়টা বাহু আৰু কোণ থকা এক সামতলিক চিত্ৰ৷
Plane figure with six sides and angles.