কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষমাশীলAdjective
সহজে ক্ষমা কৰা গুণ থকা
forgiving
- ক্ষমাৱন্তkhyo.ma.won.toProper Adj.
ক্ষমা কৰিব পৰা গুণ
able to or one who pardons or forgive.
- ক্ষমাৱানProper Adj.
ক্ষমা কৰিব পৰা গুণ
able to or one who pardons or forgive.
- ক্ষম্kṣamTransitive verb
ক্ষমা কৰ্; দোষ মৰিষণ কৰ্; দাব এৰ্
to forgive; to pardon
- ক্ষম্যkhyo.myoProper Adj.
ক্ষমাৰ যোগ্য
Something ( normally an act) that can be forgiven
- ক্ষাত্ৰkṣātraAdjective
ক্ষত্ৰিয়ৰ; ক্ষত্ৰিয়-সম্পৰ্কীয়; যেনে-ক্ষাত্ৰ ধৰ্ম্ম।
- ক্ষান্তkṣāntaAdjective
বিৰত; পিহু-হোঁহকা; কমি যোবা
ceasing; abating
- ক্ষান্ত হkhyan.to hoVerb-Trans.
আগুৱা, কাম কৰা, কৰি থকা কাম অবিৰতভাৱে চলাই থকা আদিত বাধা প্ৰদান কৰা
to prevent from proceeding, acting, operating, continuing, etc.:
- ক্ষান্তিkṣāntiNoun
ক্ষমা; সহন; বিৰাম
forbearance; endurance; cessation
- ক্ষালনkṣālanaNoun
ধোবা কাৰ্য্য; মোচন।
- ক্ষালিতAdjective
ধৌত।
- ক্ষাৰkṣāraNoun
"খাৰ" চোবাঁ।
- ক্ষাৰ যোৰMaterial Noun
দ্বি-সূত্ৰী নিউক্লিক এচিদত সম্পূৰক ক্ষাৰৰ এক যোৰা
a pair of complementary bases in a double-stranded nucleic acid molecule
- ক্ষাৰকীয়khya.ro.ki.yoProper Adj.
ক্ষাৰৰ গুণযুক্ত বা খাৰৰ নিচিনা
having the properties of an alkali
- ক্ষিতিkṣitiNoun
পৱথিবী; অবনী
the earth
- ক্ষিতিজkhyi.tijMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- ক্ষিতিজৰেখাkhyi.tij.re.khaAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- ক্ষিতিতল
পৱথিবী।
- ক্ষিতিধৰkhyi.ti.dhorMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- ক্ষিতিনাথkhyi.ti.nathCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom