কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঈ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঈৰ্ষাজনিতir.xa.jo.nitVerbal Adj.
ঈৰ্ষা বা খিয়ালে পৰা উদ্ভূত
arising out of malice or envy
- ঈৰ্ষানলir.xa.nolAbstract Noun
আনৰ সুযোগ-সুবিধা, সফলতা, সম্পত্তি আদি দেখি হোৱা অসন্তুষ্টি বা তাৰ প্ৰতি জন্মা লোভ।
a feeling of discontent or covetousness with regard to another's advantages, success, possessions, etc.
- ঈৰ্ষান্বিতir.xa.nwitProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- ঈৰ্ষাপৰায়ণir.xa.po.rayonProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- ঈৰ্ষামূলকir.xa.mu.lokVerbal Adj.
ঈৰ্ষা বা খিয়ালে পৰা উদ্ভূত
arising out of malice or envy
- ঈৰ্ষাযুক্তir.xa.juk.toProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- ঈৰ্ষালুīrṣāluAdjective
পৰশ্ৰীকাতৰ; খিয়লীয়া
envious
- ঈৰ্ষাশূন্যতাir.xa.xu.nyo.taAbstract Noun
আনৰ প্ৰতি ঈৰ্ষাভাৱ নথকা; পৰৰ দোষ নেদেখা স্বভাৱ
absence of envy or malice towards others
- ঈৰ্ষীir.xiProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- ঈৰ্ষ্যামূলকīrṣyāmūlakaAdjective
খিয়ালৰপৰা হোবা
arising out of malice or ill-will