কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পথালি চকুৱাpo.tha.li so.ku.waCommon Noun
মানৱ জাতি
The most intelligent living being on planet Earth, bipedal primates belonging to the mammalian species in the family Hominidae.
- পথালি-কোমোৰাpathāli-komorā
পতালী-কোমোৰা।
- পথালি-কোলাpathāli-kolāNoun
ল'ৰা আদিক পথালিকৈ ল'বলৈ আগলৈ হাত দুখন মেলি কৰা কোলা
a mode of carrying a child on the arms horizontally
- পথালি-চকুবাpathāli-cakubāAdjective
পথালি চকু-যুক্ত
having horizontal eyes
- পথালি-মাৰিpo.tha.li-ma.riMaterial Noun
তাঁত-শালৰ দুই-মূৰে দুটা খুটাত পথালিকৈ ভূমিৰ সমান্তৰালকৈ বান্ধি ৰখা কাঠ বা বাঁহৰ মাৰি
a transverse bamboo or wooden bar which is kept tied to two posts on the either side of a handloom
- পথালিকৈ; পথালিয়েAdverb
crosswise
- পথালিয়েpo.tha.li.yeVerbal Adj.
in breadth, in width
- পথাৰpathāraNoun
অলপ দ-চানেকীয়া গছ-গছনি নথকা বহল সমতল
a meadow; a field
- পথাৰ ফুৰ্
"জাক ফুৰ্" চোবাঁ (গৰু আদি)।
- পথিকpathika
বাটৰুবা; যাত্ৰী
a traveller
- পথিকশালাpo.thik.xa.laCommon Noun
মূল্যৰ বিনিময়ত অতিথিক থাকিবলৈ আশ্ৰয় আৰু সাধাৰণতে খাদ্যৰ যোগান ধৰা প্ৰতিষ্ঠান।
An establishment that provides lodging and usually meals and other services for travelers and other paying guests.
- পথিকালয়po.thi.ka.loyCommon Noun
মূল্যৰ বিনিময়ত অতিথিক থাকিবলৈ আশ্ৰয় আৰু সাধাৰণতে খাদ্যৰ যোগান ধৰা প্ৰতিষ্ঠান।
An establishment that provides lodging and usually meals and other services for travelers and other paying guests.
- পথিকাশ্ৰমpo.thi.ka.sromCommon Noun
মূল্যৰ বিনিময়ত অতিথিক থাকিবলৈ আশ্ৰয় আৰু সাধাৰণতে খাদ্যৰ যোগান ধৰা প্ৰতিষ্ঠান।
An establishment that provides lodging and usually meals and other services for travelers and other paying guests.
- পথিকৃৎpothikhritCommon Noun
কোনো ক্ষেত্ৰত যি প্ৰথম কোনো কাম কৰে৷
one who is first or among the earliest in any field of inquiry, enterprise, or progress
- পথিকৱৎpathikawatAdjective
বাটকটীয়া
pioneer
- পথুকpathukaNoun
বাটৰুবা; যাত্ৰী
a traveller
- পথে-বিপথেpathe-bipatheAdverb
বাটে-পথে; যেনিয়ে তেনিয়ে।
- পথ্যpathyaNoun
নৰিয়াত হিতকৰ খাদ্য
diet
- পথ্যাশীpathyāśīAdjective
শৰীৰৰ উপকাৰী বস্ত্ত ৰিচাৰি খোবা
eating food beneficial to health
- পথৰ কণ্টকpo.thor kon.tokAbstract Noun
কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
Surrounding or erecting barriers to prevent entry and exit to a place