কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাঁতিপৰীয়াda~.ti.po.ri.yaProper Adj.
এখন দেশৰ সীমামূৰীয়া অঞ্চলত বাস কৰা লোক
a person living near the border of a country
- দাঁতিয়লীয়াdām̐tiẏalīẏāAdjective
দাঁতিপৰীয়া।
- দাঁতিয়াdām̐tiẏāTransitive verb
টান কথাৰে শাসন কৰ্
to control by harsh or strong words
- দাঁতিয়ালdām̐tiẏālaAdjective
দাঁতিপৰীয়া।
- দাঁতিয়েAdverb
ওচৰেদি; কাণেদি; কাষেদি
by the side of; along
- দাঁতিয়ে কাণেda~.ti.ye ka.neAdverb
কাৰোবাৰ বা কিহবাৰ কাষত (থকা, যোৱা)৷
(to do /stay) next to or in contact with something/somebody.
- দাঁতিয়ে কাষেda~.ti.ye ka.xeAdverb
কাৰোবাৰ বা কিহবাৰ কাষত (থকা, যোৱা)৷
(to do /stay) next to or in contact with something/somebody.
- দাঁতিয়ে-কাষৰেda~.ti.ye-ka.xo.reAdverb
কাৰোবাৰ বা কিহবাৰ কাষত (থকা, যোৱা)৷
(to do /stay) next to or in contact with something/somebody.
- দাঁতে আছে
ক্ষমতা আছে; শক্তি আছে; যেনে-"মোক মাৰিবলৈ কি তাৰ দাঁত আছে?" দাঁত-কপাটি বি. দাঁত-সৰাহি।
- দাঁতোনda~tonMaterial Noun
দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰকৰা সৰু বুৰুজ
a brush for cleaning teeth
- দাঁত্-কামুৰিda~t-ka.mu.riAbstract Noun
অকস্মাত ওঁঠ দাঁতৰ মাজত সোমোৱাত লগা কামোৰ৷
the pain caused to the lip on its suddenly coming between the upper and lower teeth.
- দাঁত্-শূলda~t-xulAbstract Noun
দাঁত আৰু দাঁতৰ আলুত বেমাৰ হৈ দাঁত বিষোৱা ৰোগ ৷
A pain in or around a tooth caused by disease in the tooth, the gum or the jaw.
- দাঁতৰ আলুta~.tor a.luMaterial Noun
দাঁত য’ত লাগি থাকে সেই মাংস পেশী৷
The firm connective tissue covered by mucous membrane that envelops the alveolar arches of the jaw and surrounds the bases of the teeth.
- দাঁতৰ ডাক্তৰda.tor dak.torCommon Noun
দাত ৰোগৰ বৈদ্য, দাতৰোগৰ চিকিৎসাবিধান দিয়া বিশেষজ্ঞ
a licensed practitioner who is skilled in the prevention, diagnosis, and treatment of diseases, injuries, and malformations of the teeth, jaws, and mouth and who makes and inserts false teeth
- দাঁতৰ বিষda~tor bixAbstract Noun
দাঁত আৰু দাঁতৰ আলুত বেমাৰ হৈ দাঁত বিষোৱা ৰোগ ৷
A pain in or around a tooth caused by disease in the tooth, the gum or the jaw.
- দাঁতৰিdām̐tariNoun
চাং আদিৰ কাণ বা দাঁতি
the edge of a platform
- দাঁহুৰাdām̐hurāNoun
খঁকুবা
gluttonous
- দাঁড়dām̐ṛaNoun
নাও চলোবা মাৰি
a log for rowing boat
- দাঁড়িdām̐ṛiNoun
ডাঢ়ি।
- দাঁৰdām̐raNoun
মাছ আদিৰ সৰু সৰু চোকা দাঁতৰ পাৰি
row of the teeth of a fish or reptile; the jaw-bone of a fish