কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চপা-আঠীয়াcapā-āṭhīẏāNoun
ভীম কলৰ নিচিনা গছে-গঢ়ে এবিধ-কল [কলটো কিছু সৰু আৰু ভিতৰত গুটিৰে ভৰা।]।
- চপাই আন্so.pai anVerb-Trans.
কিবা বস্তুক নিজৰ গাৰ ফালে টানি আন্
to draw back or in sth
- চপাই কাট্capāi, kāṭTransitive verb
মাটিৰ ওচৰতে বা গুৰিতে কাট্
to cut close to the root
- চপাই লco.pai loVerb-Trans.
কোনো অনুষ্ঠান বা আন কিহবাত উপস্থিত থাকিবলৈ, যোগদান কৰিবলৈ বা অংশ ল’বলৈ (কথিত বা লিখিত) অনুৰোধ কৰ্।
to request (spoken or written) to participate or be present or take part in something.
- চপেতাso.pe.taCommon Noun
a fruit bearing medium size evergreen tree resembling to lichu tree. Its fruits look like a smooth-skinned round potatoo.
- চপ্চপনিNoun
চপ্চপ্ কৰা কাৰ্য্য।
- চপ্চপীয়াcapcapīẏāAdjective
মুখলৈকে পূৰ বা ভৰা; কাণৰ সমানলৈকে ভৰা
full to the brim
- চপ্চপ্capcapNoun
দ্ৰব বস্ত্ত পিওঁতে হোবাৰ দৰে শব্দ; জুলীয়া বস্ত্ত জিভাৰে চেলেকি খাওঁতে হোবা শব্দ
an imitative word used to express the sound as that of sucking a liquid thing
- চপ্চপ্ কৰে, চপ্চপ্কৈAdverb
খাওঁতে পিওঁতে ওঁঠেৰে শব্দ কৰি
making a sound with the lips when eating or drinking
- চপ্পলcappalaNoun
এবিধ চটি জোতা।
- চপয়capaẏaNoun
পৰস্পৰে মিল হোবা চাৰি ফাকিৰ ছন্দেৰে ৰচনা কৰা বিষ্ণুৰ স্তব
a prayer in a metre of four feet
- চপয়াcapaẏāNoun
পৰস্পৰে মিল হোবা চাৰি ফাকিৰ ছন্দেৰে ৰচনা কৰা বিষ্ণুৰ স্তব
a prayer in a metre of four feet
- চপৰাcaparāNoun
পৱথিবীৰপৰা কাটি বেলেগ কৰা এডোখৰ মাটি
a clod of earth
- চপৰা-চপৰAdjective
অনেক চপৰা বা খণ্ড কৰা; খণ্ড খণ্ড; ডোখৰ ডোখৰ
divided or formed into many pieces
- চপৰা-চপৰেAdverb
এচপৰা এচপৰা কৰি; ডোখৰ ডোখৰ কৰি
clod by clod; piece by piece
- চপৰাণিNoun
বহুত চপৰা থকা ঠাই; দলিয়নি
a place full of clods of earth
- চপৰিয়াcapariẏāTransitive verb
চাপৰ বা চাপৰি মাৰ্; হাতৰ তলুবাৰে আঘাত কৰ্; হাতৰ তলুবাই তলুবাই আঘাত কৰ্; . কৱদ্ চপৰিয়াওঁতা চাপৰ মাৰোঁতা; চপৰিওবা পুৰুষ
to strike with the open hand; to slap; to clap ; a man who slaps
- চফcaphaNoun
এবিধ মচলা; গুবামৰি।
- চফলcaphalaAdjective
বল-শক্তিৰে ফুলি উঠা; ডেকা কালৰ তেজ শক্তিৰে পূৰ (ডেকা ল'ৰা)
full of vigour and beauty as a young man
- চফাcaphāAdjective
পৰিষ্কাৰ; নিৰ্ম্মল
clean