কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকৰ্ষণীয়a.kor.xo.ni.yoProper Adj.
আনন্দকৰ ইন্দ্ৰিয়ানুভূতি জগাব পৰা
Asthetically pleasing or interesting
- আকৰ্ষিতAdjective
attracted
- আকৰ্ষিত কৰ্a.kor.xit korVerb-Trans.
কাৰোবাক কিবা কৰাবলৈ আকৰ্ষিত কৰ৷
to attract someone to do something
- আকৰ্ষ্, আকৰ্ষণ কৰ্Transitive verb
to attract
- আকৱতিākawatiNoun
আকাৰ; ৰূপ; গঢ়
likeness; shape; form
- আকৱতি- প্ৰকৱতি
গঢ়-পিত আৰু চাল-চলন।
- আকৱষ্টākawaṣṭaAdjective
আকৰ্ষিত; টনা
draw; attracted
- আখজাākhajāAdjective
অভ্যাসৰ অভাবত কৰিবলৈ টান
difficult to be performed for lack of practice
- আখটিākhaṭiNoun
আওখটি।
- আখণ্ডলākhaṇḍalaNoun
ইন্দ্ৰ; যেনে-"তোমাক অৰ্চ্চিলা আসি দেব আখণ্ডল" (কীৰ্ত্তন-ঘোষা)
Indra, the king of heaven
- আখনাākhanāNoun
আখি।
- আখলākhalaNoun
ৰান্ধনি- চক থকা অৰ্থাৎ ভাত ৰন্ধা খোটালি
the cook-room of a kitchen
- আখলঘৰa.khol.ghorAbstract Noun
এটা ঘৰৰ যিটো কোঠাত ৰন্ধন কাৰ্য্য কৰা হয়।
the quarter of a house where cooking is carried out or designed for cooking food.
- আখাākhāNoun
চৌকা; উধান পাতি বা আন ৰকমে কৰা চৌকা, যাৰ ওপৰত চৰু পাতি বন্ধা বা সিজোবা হয়
an oven or fireplace for cooking; a support for cooking vessels
- আখা-পতীয়াAdjective
আখাৰ উধানৰ নিচিনা তিনিচুকীয়াকৈ বহা বা পতা
seated or place like the three supports of a cooking vessel, standing on three legs
- আখা-শালিākhā-śāliNoun
আখল; বান্ধনি-ঘৰ
cooked- shed
- আখাশালিa.kha.xa.liAbstract Noun
এটা ঘৰৰ যিটো কোঠাত ৰন্ধন কাৰ্য্য কৰা হয়।
the quarter of a house where cooking is carried out or designed for cooking food.
- আখাৰākhāraNoun
এটা কথা; যেনে-"আখাৰেক বিনাইতে মোহোৰ লাগে ডৰ। যদি তুষ্ট হোবা কোপ নাইকো তোমাৰ" (বিৰাট-পৰ্ব্ব)।
a simple expression
- আখাৰেকākhārekaNoun
এটা কথা; যেনে-"আখাৰেক বিনাইতে মোহোৰ লাগে ডৰ। যদি তুষ্ট হোবা কোপ নাইকো তোমাৰ" (বিৰাট-পৰ্ব্ব)।
a simple expression
- আখিākhiNoun
কাঠ বা বাঁহৰ চকু বা গাঁঠি
a knot or a protuberance on a bamboo or a tree, caused by the outgrowth of a branch