কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পত্ৰকাৰpot.ro.karCommon Noun
বাতৰিকাকত আৰু আলোচনীৰ লেখক।
A writer for newspapers and magazines.
- পত্ৰকাৰিতাpot.ro.ka.ri.taProper Noun
সংবাদ আৰু অন্যান্য বাতৰি সংগ্ৰহ, সম্পাদনা আদিৰ লগত জড়িত বৃত্তি ৷
the occupation of reporting, writing, editing, photographing, or broadcasting news or of conducting any news organization as a business.
- পত্ৰপ্ৰেৰকCommon Noun
যি ব্যক্তিয়ে নিয়মীয়া যোগাযোগ স্থাপন কৰি থাকে চিঠি বা ইমেইলৰ সহায়ত৷
one who maintains a regular exchange of communication by letters or emails.
- পত্ৰবন্ধুpo.tro.bon.dhuCommon Noun
পত্ৰ আদান-প্ৰদাৰ যোগেদি বন্ধুত্ব ৰক্ষা কৰা ব্যক্তি৷
a person you come to know by frequent friendly correspondence
- পত্ৰবহুলProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- পত্ৰবাহক
পত্ৰ বা চিঠি নিওঁতা; চিঠি নিয়া মানুহ; হৰকৰা
a letter carrier
- পত্ৰবিন্যাসpo.tro.bi.nyasAbstract Noun
The arrangement of the leaves on the shoot of a plant. The basic patterns are alternate, opposite, whorled or spiral.
- পত্ৰমঞ্জৰিpot.ro.mon.jo.riMaterial Noun
নকৈ ওলোৱা কোমল পাত।
A young and tender leaf.
- পত্ৰমুকুলProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- পত্ৰমুদ্ৰাMaterial Noun
কাগজৰ ৰূপত মুদ্ৰা
currency in paper form
- পত্ৰলেখকCommon Noun
যি ব্যক্তিয়ে নিয়মীয়া যোগাযোগ স্থাপন কৰি থাকে চিঠি বা ইমেইলৰ সহায়ত৷
one who maintains a regular exchange of communication by letters or emails.
- পত্ৰহৰিৎpo.tro.ho.ritMaterial Noun
সালোক-সংশ্লেষণত ব্যৱহাৰ হোৱা গছৰ পাতক সেউজীয়া বৰণ দিয়া জৈৱ-ৰাসায়নিক পদাৰ্থ ৷
the green coloring matter of leaves and plants used in photosynthesis
- পত্ৰহৰিৎহীনতাAbstract Noun
উদ্ভিদৰ পাতে যথেষ্ট পৰিমাণৰ পত্ৰহৰিৎ উৎপাদন কৰিব নোৱাৰা অৱস্থা
a condition in which leaves produce insufficient chlorophyll
- পত্ৰাংকুৰpot.rang.kurMaterial Noun
নকৈ ওলোৱা কোমল পাত।
A young and tender leaf.
- পত্ৰাঙ্কpatrāṅkaNoun
পুথিৰ পাতত দিয়া এক দুই আদি চিন
page number
- পত্ৰালাপpo.tra.lapAbstract Noun
চিঠি পত্ৰৰে হোৱা আলাপ- ভাবৰ আদান প্ৰদান৷
exchange of ideas, views etc. through letters.
- পত্ৰালাপ কৰpo.tra.lap korVerb-Intran.
চিঠি পত্ৰৰে আলাপ/ভাবৰ আদান প্ৰদান কৰ৷
to exchange ideas, views etc. through letters.
- পত্ৰিকাpatrikāNoun
চিঠি
a written letter
- পত্ৰীpot.riCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- পত্ৰোদগমMaterial Noun
নকৈ ওলোৱা কোমল পাত।
A young and tender leaf.