কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছেলামিNoun
সম্মান জনাবৰ কাৰণে দিয়া দান
a gift in token of respect
- ছেলামীAdjective
হেলনীয়া; এফাললৈ ক্ৰমে চাপৰ
sloping
- ছেলিকNoun
ছেলিক
ছেলিক
- ছেলিছাইলিক এছিডNoun
ছেলিছাইলিক এছিড
ছেলিছাইলিক এছিড
- ছেলিছিনNoun
ছেলিছিন
ছেলিছিন
- ছেলুনchelunaNoun
চিত্ৰশিল্পী; নাপিত আদিৰ কাম কৰা ঘৰ।
saloon
- ছেলোcheloAdjective
সিদ্ধিৰ আশা নাইকিয়া হোবা; আশা নথকা; যেনে-"সি কথা ছেলো"
hopeless
- ছেলো-বেলোchelo-beloAdjective
নিষ্ফল হোবা; কোনো ফল নধৰা; যেনে -"কথাটো ছেলো-বেলো হ'ল"
come to nought
- ছেলো-মণিchelo-maṇiNoun
চেষ্টা নিষ্ফল হোবা মানুহ; অকামিলা মানুহ
an unsuccessful man; a worthless man
- ছেলোবা লাগ্chelobā, lāg
নিৰাশ হ; অকৱতকাৰ্য হ
to be frustrated; to fail
- ছেলোমণিse.lo`.mo.niProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- ছেল্ খাsel khaVerb-Intran.
অপৰিপূৰ্ণতা বা অভাৱ প্ৰমাণিত কৰা; অকাৰ্য্যকৰীভাৱে বা অনুপযুক্তভাৱে কাৰ্য্য কৰা
to prove deficient or lacking; perform ineffectively or inadequately
- ছেল্, ছেল খাchel, chela, khāIntransitive verb
অকৱতকাৰ্য্য হ; অসিদ্ধ হ; নিষ্ফল হ
to fail; to be frustrated; to be unsuccessful
- ছেহsehInterjection
আচৰিত হোৱা আৰু/ বা কিবা বেয়া পোৱা বুজাবলৈ ব্যৱহাৰ হয়৷ যেনেঃ ইচ্ ৰাম! কোঠাতো কোনে ইমান লেতেৰা কৰিলে?
an expression used to express surprise and disapproval.
- ছেৰপেটাAdjective
পেট পেলাই পৰা; কাতি হৈ পৰা
falling flat or prostrate
- ছেৰাcherāAdjective
এৰি যোবা; শস্য তুলি নিয়াৰ পাছত পথাৰত থাকি যোবা
left behind in the field after the gathering of the crop
- ছেৰা বোটলse.ra bo`.tolVerb-Trans.
দাৱনীয়ে শস্য কটাৰ পিছত লেছেৰি সংগ্ৰহ কৰা; বিভিন্ন উৎসৰ পৰা (কষ্টেৰে) তথ্য সংগ্ৰহ কৰা
to collect grain when the reapers have finished; to collect information, knowledge (sometimes with difficulty)from different places and sources
- ছেৰা বোটল্cherā, boṭal
পথাৰত এৰা শস্য তুলি ল; লেছেৰি বোটল্
to glean, as crop
- ছেৰাপcherāpaNoun
মদ
wine
- ছেৰাপীAdjective
মদাহী।