কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাতিৰ-খোছামতিkhātira-khochāmatiNoun
কাবৌ-কাকূতি
entreaty; solicitation
- খাতিৰেAdverb
নিমিত্তে; বাবে; . যেনে-এই খাতিৰে; তোমাৰ খাতিৰে।
for the sake of
- খাতোবালkhātobālaNoun
বহতীয়া; খাতত কাম কৰা মানুহ; খাতত মাটিবাৰী খাই থকা তলতীয়া মানুহ
a tenant; a serf
- খাতোৱালkha.to`.walCommon Noun
গৰাকীৰ অধীনত খাতত কাম কৰা মানুহ
a peasant bound to his lord`s land
- খাদkhādaNoun
গাঁত
- খাদকkhādakaNoun
খাওঁতা; যেনে-"মৎস্য-খাদক"
eater
- খাদনkhādanaNoun
খোবা কাৰ্য্য; ; খাদ্য
eating ; food
- খাদাMaterial Noun
মাটিৰে নিৰ্মিত গোলাকাৰ সৰু মূখৰ পাত্ৰ
Rounded vessel often made of earth clay or ceramic
- খাদীkhādīNoun
খদ্দৰ।
- খাদৌ দৌkha.dou douProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- খাদৌদৌ কৰেkhādaudau, kareAdverb
খাটুবাকৈ; বৰ ওখ বা চাপৰ নোহোবা কিন্ত্ত মঙহাল-ৰূপে; যেনে-"খাদৌদৌ কৰে ছোবালীজনী"
swarfish but stout or plump
- খাদ্যkhādyaAdjective
খাবৰ যোগ্য; খাব পৰা
eatable; fit to be eaten
- খাদ্য-দ্ৰব্যkha.dyo-dro.byoMaterial Noun
জীয়াই থাকিবলৈ, শক্তি পাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে খোৱা, পি খোৱা বা অন্য প্ৰকাৰে গ্ৰহণ কৰা পুষ্টিকৰ বস্তু৷
any nourishing substance that is eaten, drunk, or otherwise taken into the body to sustain life, provide energy, promote growth.
- খাদ্য-সামগ্ৰীkha.dyo-xa.mo.griMaterial Noun
জীয়াই থাকিবলৈ, শক্তি পাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে খোৱা, পি খোৱা বা অন্য প্ৰকাৰে গ্ৰহণ কৰা পুষ্টিকৰ বস্তু৷
any nourishing substance that is eaten, drunk, or otherwise taken into the body to sustain life, provide energy, promote growth.
- খাদ্য-ৰসিকkha.dyo-ro.xikProper Adj.
জুতি লগাই খাই ভাল পায়৷ অন্যথা নিৰ্দোষ৷
One who like to eat tasty food.
- খাদ্যনলীkha.dyo.no.liMaterial Noun
বহুকোষী প্ৰাণীৰ অঙ্গ-প্ৰণালী যি আহাৰ শৰীৰৰ ভিতৰলৈ নি হজম কৰি শক্তি আৰু পুষ্টি আহৰণ কৰে, আৰু বাকী থকা বৰ্জনীয় পদাৰ্থ দেহৰ কৰা বাহিৰ কৰি দিয়ে।
The system of organs within multicellular animals that takes in food, digests it to extract energy and nutrients, and expels the remaining waste. The major functions of the GI tract are digestion and excretion.
- খাদ্যপ্ৰাণkhādyaprāṇaNoun
খাদ্যত সূক্ষ্ম পৰিমাণে থকা শৰীৰৰ বাবে আবশ্যকীয় উপাদান
vitamin
- খাদ্যবস্তুkha.dyo.box.tuMaterial Noun
জীয়াই থাকিবলৈ, শক্তি পাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে খোৱা, পি খোৱা বা অন্য প্ৰকাৰে গ্ৰহণ কৰা পুষ্টিকৰ বস্তু৷
any nourishing substance that is eaten, drunk, or otherwise taken into the body to sustain life, provide energy, promote growth.
- খাদ্যশস্যkha.dyo.xo.syoMaterial Noun
খাদ্য ৰূপে ব্যৱহাৰ হোৱা ধান, ঘেঁহু, গোমধান জাতীয় শস্য৷
grain used as food, e.g.rice, wheat, maize etc.
- খাদ্যশৃংখলkha.dyo.sring.kholAbstract Noun
পৰিস্থিতি-তন্ত্ৰত এটা জীৱই আন এটা জীৱক ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰা জীৱবোৰৰ অনুক্ৰম৷
a series of organisms interrelated in their feeding habits, the smallest being fed upon by a larger one, which in turn feeds a still larger one, etc.