কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মধাmadhāNoun
"মুঠা" চোবাঁ।
- মধাইmadhāiNoun
মাধৈ-লতা; মাধৈ-মালতী।
- মধুmadhuNoun
মৌ
honey
- মধু গ্ৰন্থিMaterial Noun
মধু নিঃসৰণ কৰা (উদ্ভিদৰ) গ্ৰন্থি
gland of a plant that secretes nectar
- মধু পূৰ্ণিমাmo.dhu pur.ni.maAbstract Noun
ভাদ মাহৰ পূৰ্ণিমাত পৰা বৌদ্ধ উৎসৱ৷বিশ্বাস সেই দিনটোতে বান্দৰসকলে গৌতম বুদ্ধক মৌ দান কৰিছিল৷
Literally `honey full-moon`, is a Buddhist festival. It occurs on the day of the full moon in the Assamese month of Bhadro (August/September).
- মধু মালতিCommon Noun
a vine with red flower clusters which is native to tropical Asia.
- মধুকান্তmodhu.kan.toMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- মধুকালmo.dhu.kalAbstract Noun
অসমীয়া বৰ্ষচক্ৰ অনুসৰি চ’ত-বহাগ মাহৰ এটা ঋতু বা কাল ৷
A season which falls in the month of March to May. It comes in the last and first month of Assamese calendar year.
- মধুকোষmadhukoṣaNoun
মৌ-কোঁহ; ৰহধৰা
honey- comb
- মধুকৰmadhukaraNoun
মৌ-মাখি
a bee
- মধুঘোষmo.dhu.gho`xCommon Noun
a member of the cuckoo order of birds, the Cuculiformes, which also includes such birds as the roadrunners, the anis, and couas. It is found from southern Asia, China, and into Australia. Like many cuckoos, it lays its eggs in other birds' nests.
- মধুচক্ৰmodhu.sok.roAbstract Noun
এক কৌশল, যাৰ জড়িয়তে এজন সুদৰ্শন বা আকৰ্ষণীয় ব্যক্তিয়ে আন এজন ব্যক্তিক কোনো কাম কৰিবলৈ বা কোনো কথা ব্যক্ত কৰিবলৈ প্ৰণোদিত কৰে; এনে কৌশলৰ সহায়ত এজন ব্যক্তিয়ে আন এজনক কৰায়ত্তও কৰিব পাৰে৷
a strategy whereby an attractive person coerces another person into doing or revealing something; also, a person employing this strategy to entrap another
- মধুচন্দ্ৰিকাmadhucandrikāNoun
বিয়াৰ পিছতে স্বামী-স্ত্ৰীৰ প্ৰমোদ-বিহাৰ
honey-moon
- মধুদক্ষিকাmo.dhu.do.khyi.kaCommon Noun
হাইমেনপ্টেৰা বৰ্গ আৰু এপইদিয়া পৰিয়ালৰ অন্তৰ্গত গাইগুটীয়া বা সামাজিক, এবিধ পাখিযুক্ত, গাত নোম থকা আৰু সাধাৰণতে বিন্ধিব পৰা ক্ষমতা থকা পতঙ্গ৷ ফুলৰ মৌ চুহিবৰ কাৰণে ইহঁতৰ মুখত বিশেষ ধৰণৰ অংশ থাকে৷
a winged, hairy-bodied, usually stinging insects of the superfamily Apoidea in the order Hymenoptera, including both solitary and social species and characterized by sucking and chewing mouthparts for gathering nectar and pollen.
- মধুদিপmo.dhu.dipProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- মধুদীপmo.dhu.dipProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- মধুদ্বিষmadhudbiṣaNoun
ঈশ্বৰ; বিষ্ণু; কৱষ্ণ।
- মধুনাmadhunāNoun
কলগছৰ মাজৰ ঠৰুবাৰ মাটিত লাগি থকা গুৰিটো
the bottom of a plantain tree
- মধুপmadhupaNoun
ভোমোৰা।
- মধুপুৰmadhupuraNoun
মথুৰা নগৰ।