কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুল বাছ্, ফুল দি
কাপোৰ ৰৈ যাওঁতে ফুলৰ আকৱতি তোল্ বা সাজ্
to weave figures on a cloth
- ফুল বাছ্phul basVerb-Trans.
কাপোৰত ফুল তোলা- কাপোৰত ফুলৰ চানেকীৰ ওপৰত সুতাৰে চিলাই কৰা৷
to weave flowers or such designs on clothes with needle-work.
- ফুল-কবিphula-kabiNoun
বৰ ডাঙৰ ফুল মেলা এবিধ বিদেশী কবি-শাক
the cauliflower; Brassica (oleracea) botrylis
- ফুল-কাঠphula-kāṭha
এবিধ বনৰীয়া আওকাঠী গছ
a king of forest tree; styrase serulatum
- ফুল-চতি
ঘাই চতিৰ ওপৰত লগোবা সৰু চতি
short upper tie beam in a roof
- ফুল-চুৰি
গোপনে আনৰ তিৰোতাৰ সৈতে কৰা সহবাস; "যেনে-ফুল-চুৰি মোকৰ্দ্দমা"
adultery
- ফুল-চেৰেকী
উঘাতকৈ ডাঙৰ কিন্ত্ত বৰ চেৰেকীতকৈ সৰু এবিধ সূতা মেৰোবা যতন
a small drum for winding thread
- ফুল-ছিৰী
কাপোৰত ফুল তোলা সৰু সৰু ছিৰী; ফুলিহা
a small flat rod used in weaving figures on a cloth
- ফুল-পৰাphul-po.raProper Adj.
চকুৰ মণিত বগা দাগ পৰা৷
having a white speck on the eye.
- ফুল-বাগানphul-ba.ganMaterial Noun
ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই
Grounds laid out with flowers, trees, and ornamental shrubs and used for recreation or display
- ফুল-মটা
তুলাপাতৰ চুঙাত গন্ধক আদি ভৰাই কৰা ফুলৰ আকৱতিৰ জুই ওলোবা খাৰৰ বাজি
a kind of fire-works
- ফুলকবিphul.ko.biCommon Noun
এবিধ পাছলি, যাৰ ফুলৰ দৰে উপৰিভাগ খোৱা হয়৷
a plant having a large edible head of crowded white flower buds
- ফুলকোঁৱৰCommon Noun
ৰজাৰ ঔৰসত ৰাণীৰ গৰ্ভজাত পুত্ৰ৷
a male member of a royal family; especially a son of the sovereign
- ফুলচুৰিphul.su.riAbstract Noun
আনৰ তিৰোতাৰ লগত শাৰীৰিক সমন্ধ স্থাপন কৰা ।
sexual intercourse between a married person and one who is not his or her spouse.
- ফুলচোৰphul.so`rCommon Noun
আনৰ ফুলবাগিছা, ৰাজহুৱা উদ্যান আদিৰ পৰা ফুল চুৰি কৰা লোক।
somebody who steals flowers from gardens of other people.
- ফুলতাphu.lo.taMaterial Noun
বৰশী পানীত দিওতে ওপঙাই ৰখা ব্যৱস্থা এটা।
A buoyant device used to support something in water or another liquid.
- ফুলতী
কাপোৰত ভালকৈ ফুল তুলিব পৰা তিৰোতা
an expert woman in weaving figures on cloth
- ফুলদানMaterial Noun
সজাবৰ কাৰণে ফুল ভৰাই ৰখা এবিধ খোলা পাত্ৰ৷
a open container, often used to hold cut flowers. It can be made from a number of materials including ceramics and glass. The vase & pot is often decorated and thus used to extend the beauty of its contents.
- ফুলদানিphul.da.niMaterial Noun
সজাবৰ কাৰণে ফুল ভৰাই ৰখা এবিধ খোলা পাত্ৰ৷
a open container, often used to hold cut flowers. It can be made from a number of materials including ceramics and glass. The vase & pot is often decorated and thus used to extend the beauty of its contents.
- ফুলদানী
ফুল সজাই ৰখা পাত্ৰ
a flower vase