কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধূপালAbstract Noun
বহুদিন ধৰি বৰষুণ নোহোৱা অৱস্থা ৷
A long period of abnormally low rainfall, especially one that adversely affects growing or living conditions.
- ধূপালীdhūpālīNoun
"দীপান্বিতা" চোবাঁ।
- ধূপাৱলীdhu.pa.wo.liProper Noun
আহিন বা কাতি মাহৰ অমাৱস্যা তিথিত ঘৰ আৰু পদূলিত বহুত চাকি লগাই পতা উৎসৱ ।
Hindu festival celebrating the end of the monsoon; held in October/November of english calendar and either in Aahin or Kati month of Assamese calendar, celebrations feature lights, lamps and sometimes fireworks.
- ধূপীয়া
ধূপ প্ৰস্ত্তত কৰা মানুহ
one who prepares incense
- ধূপ্Intransitive verb
অধিক তাপ পাই ডেই দুৰ্গন্ধযুক্ত হ (ভাত বা গাখীৰ)
to be scorched and bad smelling
- ধূমdhūmaNoun
ধোঁবা।
- ধূম-ক'লা
বৰ ক'লা; ধোঁবা বা এঙাবৰ দৰে ক'লা
pitchdark; very dark
- ধূমকেতনdhu.mo.ke.tonMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ধূমকেতুdhūmaketuNoun
নেজাল তৰা
comet
- ধূমকেতু পৰ্
অনিষ্ট বা অমঙ্গল উপস্হিত হ
to appear as an ill omen
- ধূমধ্বজdhu.moMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ধূমপানdhum.panVerbal Noun
চুৰট বা বিড়িত জুই লগাই মুখেৰে টনা
inhalation of smoke from burned tobacco
- ধূমপান কৰdhum.pan korVerb-Trans.
to inhale of smoke from burned tobacco as habit or otherwise
- ধূমপায়ীdhum.pa.yiProper Adj.
যি ধূমপান কৰে ৷
One who smokes.
- ধূমাকাৰ
ধোঁবাৰ আকাৰৰ; ধোঁবাৰ নিচিনা
like smoke
- ধূমাচ্ছন্নdu.ma.son.noProper Adj.
ধোৱাৰে পৰিপূৰ্ণ
filled with smoke
- ধূম্ৰকেতুdhūmraketuNoun
নেজাল তৰা
comet
- ধূম্ৰপথdhūmrapathaNoun
ধোঁবা ওলাই যাবৰ বাবে দিয়া নলী
funnel
- ধূম্ৰবৰ্ণAdjective
ধোঁবা-বৰণীয়া; ছাই-বৰণীয়া
ash-coloured; grey
- ধূলাNoun
মিহি বালি; মাটিৰ গুড়ি
dust