কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মদাৰmadāraNoun
গাত কাঁইট থকা আৰু ডাল কাটি ৰুলে গছ হোবা এবিধ ওখ ডাঙৰ গছ [ইয়াৰ কাঠ অতি কোমল; ইয়াৰ দুজাতি-ৰঙা- মদাৰ ইয়াৰ ৰঙা ফুল আৰু বগা-মদাৰ ইয়াৰ গোমোঠা বগা ফুল ধৰে; ৰগা বিধৰ ছালৰ ৰস জহনী ৰোগত উপকাৰী।]
the Indian coral tree; Erythrine indica
- মদাৰুmo.da.ruProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- মদিৰProper Adj.
অতিশয় ভাললগা, মনোৰম, আনন্দ-দায়ক|
very pleasant, attractive or delightful.
- মদিৰাmadirāNoun
মদ; সুৰা; ফটিকা; লাওপানী
wine; spirituous liquor
- মদিৰালয়Material Noun
সুৰাজাতীয় পাণীয় পৰিবেশন কৰা বিপণী
A place where alcoholic beverages are served.
- মদীয়madīẏa
মোৰ
my; mine
- মদেমmo.demMaterial Noun
(কম্পিউটাৰৰ দৰে) সঁজুলিয়ে সৃষ্টি কৰা সংকেত আন এক সঁজুলিয়ে (যেনে: টেলিফোন) গ্ৰহণ কৰিব পৰা সংকেতলৈ পৰিৱৰ্ত্তিত কৰা এক সঁজুলি
a device that converts signals produced by one type of device (as a computer) to a form compatible with another (as a telephone)
- মদোন্মত্তmadonmattaAdjective
মদ খাই হোবা উন্মাদ; অহঙ্কাৰত জ্ঞানশূন্য; মদমত্ত
drunk; arrogant
- মদোমত্তmo.do’.mot.toProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- মদ্দাCommon Noun
কম বয়সীয়া,ছবছৰৰ পৰা ওঠৰ বছৰৰ ভিতৰৰ ল`ৰা বা ছোৱালী।
young person between the age of 6 to 18 years.
- মদ্যmadyaNoun
মদ; সুৰা; ফটিকা; লাওপানী
wine; spirituous liquor
- মদ্যপmo.dyopProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- মদ্যপানmo.dyo.panVerbal Noun
অভ্যাসগত ভাৱে আৰু বেছিকৈ সুৰা বা মদ পান কৰা
habitual and excessive consumption of alcohol
- মদ্যপায়ীAdjective
মদাহী; মদপী
a man addicted to drinking
- মদ্যাসক্তmo.dya.xok .toProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- মদৰ দোকানmo.dor do`.kanMaterial Noun
সুৰা ৰখা বা বেচা কিনা কৰা দোকান ৷
A shop that store intoxicating liquors and sales local or english wine.
- মদৰুবাmadarubāAdjective
গোমোঠা; বঁহীয়া; বিবৰ্ণ; চকচকীয়া বা উজ্জ্বল নোহোবা (বৰণ)
dull; not bright; unbleached
- মদৰুবা পৰ্
বিবৰ্ণ হ।
- মদৰুৱাmo.do.ru.waProper Adj.
ঈষৎ মলিন বগা বৰণৰ অথবা বগাৰ সৈতে আন পাতল ৰং যেনে মটীয়া বা হালধীয়া মিহলি।
white mixed with a small amount of gray, yellow, or other light color.
- মদৱাৰিmo.do.wa.riMaterial Noun
ৰগ-উঠা বা ঋতু-উঠা হাতীৰ কুমৰ পৰা ওলোৱা ৰস বা নিঃসৰণ৷
the discharge or secretion exuding from the temples of an elephant in rut.