কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দস্তখতdastakhata
নিজ হাতেৰে লিখা নিজৰ নাম; চহী; স্বাক্ষৰ
signature
- দস্তবদস্তdastabadastaVerb; Noun
হাতে হাতে।
- দস্তাdastāNoun
ৰাং-ধাতু
zinc
- দস্তানাdastānāNoun
হাত-মোজা
gloves
- দস্তাবেজdastābejaNoun
দলিল
a document
- দস্তুৰdos.turAbstract Noun
ধৰ্ম বা পৰম্পৰা অনুসৰি কৰা কোনো কাৰ্য্য৷
A ceremonial act or a series of such acts dictated by religion or tradition.
- দস্তুৰমতেdos.tur.mo.teAdverb
as per the rules and regulations of the land
- দস্তুৰিdos.tu.riAbstract Noun
something offered according to custom
- দস্ত্তৰdasttaraNoun
চলি অহা ৰীতি; নিয়ম; নীতি
custom; practice
- দস্ত্তৰমতেAdverb
চলি থকা নিয়ম অনুসৰি
according to custom or practice
- দস্ত্তৰিNoun
চলি অহা নিয়মমতে দিব লগা ধন বা বস্ত্ত; কোনো নিৰ্দ্দিষ্ট ভাৰসা কৰি সম্মান, ক্ষমতা বা ভক্তি-স্বীকাৰ-স্বৰূপে দিয়া ধন বা বস্ত্ত; মাননী
something offered as a homage according to custom
- দস্যুdasyuNoun
ডকাইত
a robber
- দস্যুতা
ডকাইতৰ কাৰ্য্য বা বৱত্তি
robbery
- দহdahaNoun
দহ সংখ্যা; দহ-চাৰি দহ জন, চাৰিজন; অনেক।
- দহ জোৰা মাৰ্daha, jorā, mār
নানা উপায় বা দিহা কৰি অঁটা বা সিদ্ধি কৰ্
to accomplish by hook or by crook or by adopting all possible means
- দহ দহ কৰেAdverb
বৰকৈ জ্বলি-পুৰি,
burning excessively or very painfully
- দহ-দিশAbstract Noun
ভাৰতীয় পৰম্পৰাত উল্লেখ থকা দহটা দিশ উত্তৰ দক্ষিণ পূৱ পশ্চিম নৈঋিত ইশাণ অগ্নি বায়ু উদ্ধ আৰু অঃধ৷
All ten directions as mentioned in Indian tradition. North East South West North-East South-East North-West South-West Top and bottom.
- দহ-পঁচিছdaha-pam̐cichaNoun
এবিধ কড়ি-খেল।
- দহঁড়াdo~h.oraAbstract Noun
দহ আৰু চাৰিৰ পূৰণফল বুজোৱা সংখ্যাটো - ৪০ ৷
The cardinal number that is the product of ten and four - 40.
- দহঁৰাdo~h.oraAbstract Noun
দহ আৰু চাৰিৰ পূৰণফল বুজোৱা সংখ্যাটো - ৪০ ৷
The cardinal number that is the product of ten and four - 40.