কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাইকিয়া হnai.ki.ya hoVerb-Intran.
চকুৰে দেখা পোৱাৰ পৰা আঁতৰ হ
to cease to exist; to go away from eye-sight
- নাইক্ৰ`মMaterial Noun
সাধাৰণতে ৰোধক তাঁৰ হিচাপে ব্যৱহাৰ কৰা নিকেল আৰু ক্ৰ'মিয়ামৰ মিশ্ৰণ
a family of alloys of nickel and chromium commonly used as resistance wire
- নাইজেৰিয়াnai.je.ri.yaProper Noun
আফ্ৰকাৰ এখন দেশ৷
Nigeria, officially the Federal Republic of Nigeria, is a federal constitutional republic comprising 36 states and its Federal Capital Territory, Abuja.
- নাইট্ৰজেনMaterial Noun
a colourless, tasteless odourless gaseous element that forms largest part of the atmosphere
- নাইট্ৰোজেনnāiṭrojenaNoun
বায়ুৰ এটা উপাদান; এবিধ গেছ
nitrogen ; a gas; one of the constituents of air
- নাইতাCommon Noun
নিজ পুতেক বা জীয়েকৰ পুত্ৰ৷
A son of ones son or daughter.
- নাইনিতালnai.ni.talProper Noun
উত্তৰাখণ্ডৰ পাহাৰীয়া চহৰ আৰু জিলা
Nainital is a popular hill station in the Indian state of Uttarakhand and headquarters of Nainital district in the Kumaon foothills of the outer Himalayas.
- নাইপিয়াnāipiẏāNoun
মাটিত বগাই ফুৰা জেঠী জাতীয় এবিধ সৰীসৱপ
a variety of lizard
- নাইবাnāibāIndeclinable
"অথবা" চোবাঁ।
- নাইলনnai.lonMaterial Noun
এবিধ বহুযোগী যৌগ, তাৰ পৰা তৈয়াৰ কৰা কৃত্ৰিম আঁহ বা বস্ত্ৰ ।
a very strong artificial material used formaking clothes,rope etc. Any of a family of high-strength, resilient synthetic polymers, the molecules of which contain the recurring amide group CONH.
- নাইসাnāisā
নাহে; যেনে-"ইসব জানিয়া হৰি ঘৰে নাইসা ভয়ে।"
- নাইৰকল্Common Noun
এবিধ তাল জাতিৰ গছ আৰু তাৰ ফল
the large, hard-shelled seed of the coconut palm, lined with a white edible meat, and containing a milky liquid.
- নাইৰোবিnai.ro`.biProper Noun
কেনিয়াৰ ৰাজধানী৷
Nairobi is the capital and largest city of Kenya. The city and its surrounding area also form Nairobi County. The name "Nairobi" comes from the Maasai phrase Enkare Nairobi, which translates to "cool water".
- নাউঙমেনProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- নাউমেনProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- নাউৰাMaterial Noun
ঘৰৰ চালৰ কাষত বৰষুণৰ পানী বৈ যাবলৈ সজা যতন।
a channel on the edge of a roof to carry off rainwater.
- নাওnāoNoun
নৌকা; তৰী
a boat
- নাও খেল্
পানীত নাবেৰে কেলি কৰ্; নাও বাই ধেমালি কৰ্
to row as a pastime
- নাও নুমা
নাম নাইকিয়া হ; নিৰ্ম্মূল হ; লোপ হ; . নাম নাইকিয়া কৰ্; নিৰ্ম্মূল কৰ্; নিৰ্ব্বংশ কৰ্
to be extinct ; to cause to be extinct
- নাও মেল্nao` melVerb-Intran.
সিপাৰলৈ যাবৰ উদ্দেশ্যে নাও চলাবলৈ আৰম্ভ কৰ্
to let a boat start to cross over to the other bank