কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টুপালṭupālaAdjective
টুপ থকা; টুপ লগা; টুপীয়া
having a gabled roof
- টুপিṭupi
"টোপা" চোবাঁ।
- টুপিয়াṭupiẏāIntransitive verb
"টিপ মাৰ্" শব্দৰ (
- টুপীṭupīNoun
কাপোৰ আদিৰে কৰা মূৰত পিন্ধা জাপিৰ আকৱতিৰ আবৰণ; মূৰৰ আবৰণ
a hat; a cap
- টুপীমূৰীয়া বান্দৰtu.pi.mu.ri.ya ban.dorCommon Noun
ভাৰত, চীন, বাংলাদেশ, ম্যানমাৰ আদি দেশত পোৱা এবিধ বান্দৰ৷
The Capped Langur (Presbytis pileatus) is a large, colorful monkey. It is found in Bangladesh, China, India, and Myanmar.It has a black face and pale redcheeks. The color of the dorsal is blackish-gray. The open end of the tail isblack. The Langur lives in dry tropical forests. The animal is quite shy. It takes flight through the trees or sits totally still when approached.
- টুপীয়াṭupīẏāAdjective
টুপ লগা; টুপাল
having a gable end
- টুপুৰ কৰেṭupura, kareAdverb
লঘু বস্ত্ত পৰাৰ দৰে শব্দ কৰি; লাহেকৈ
with a slight noise
- টুপুৰাṭupurāAdjective
ঘূৰণীয়া
round; circular
- টুপুৰী
সৰু
small
- টুফNoun
টুফ
টুফ
- টুবুকাṭubukāAdjective
সৰু আৰু ঘূৰণীয়া
small and round
- টুবুকা-টুবুকṭubukā-ṭubukaAdjective
সৰু সৰু আৰু ঘূৰণীয়া; যেনে-"টুবুকা-টুবুক পাত"।
- টুবুকী-লতাṭubukī-latāNoun
টুবুকা-টুবুক পাতেৰে এবিধ বৰ লিকটা লতা
a kind of creeper
- টুমনিṭumaniNoun
নৈৰ কাণ; টিঙনা; নৈৰ ওখ বালি বা চাপৰি
a high bank
- টুমুংtu.mungAbstract Noun
A surname of the Karbi community
- টুলtulMaterial Noun
কাঠেৰে তৈয়াৰ কৰা চাপৰ বহা আসন
a flat and low stool made of wood
- টুলুং-ভুটুংṭulum-bhuṭumNoun
টলং-ভটং; যেনে-"নাবে কৰে টুলুং-ভুটুং, গধূলিতে দবা কোবায়"।
- টুলুঙাṭuluṅāAdjective
অস্হিৰ; পাতল; অলপতে লৰ-চৰ কৰা (নাও বা মানুহ)
unsteady; fickle
- টুলুঙা নাওtu.lu.nga nauMaterial Noun
এবিধ সৰু নাও যাৰ সহায়ত ডাঙৰ জাহাজৰ পৰা পাৰলৈ মানুহ আৰু বস্তু অনা-নিয়া কৰা হয়৷
A small rowboat, especially one used to ferry supplies from ship to shore.
- টুলুঙ্গাtu.lu.ngaProper Adj.
অলপতে লৰচৰ কৰা, স্থিৰতা নথকা
liable to fall or shake, not firm.