কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘৃতকেশghri.to.kexMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ঘৃতদীধিতিMaterial Noun

- ঘৃতভোজীghri.to.bho`.jiCommon Noun
সাধাৰণ ব্যক্তিতকৈ পৃথক, স্বৰ্গত বাস কৰা একোজন শক্তিমন্ত পুৰুষ৷
A personified supernatural being who special power and who is believed to live in the heaven as per many mythology and believes
- ঘৃতান্নMaterial Noun
ঘিঁউৰে ভজা বা ঘিঁউ মিহলোৱা ভাত
rice mixed or fried with ghee
- ঘৃতাহুতিghri.ta.hu.tiVerbal Noun
ঘিঁ বা ঘিঁউৰে দিয়া আহুতি, অৰ্থাৎ হোমাগ্নিত ঘিঁ ঢলা কাৰ্য্য
the act of pouring ghee into a sacrificial fire
- ঘৃতাৰ্চিঃghri.tar.siMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ঘৃষ্টVerbal Adj.
যিটো হাত বা আঙুলিৰ ছালেৰে চুই দিয়া হৈছে বা গাৰ ছালৰ সংস্পৰ্শলৈ আহিছে
came in contact with the skin (of hand, finger etc.)
- ঘেঁওghem̐oNoun
যঁতৰত সূতা কাটোঁতে এবাৰ হাত দাঙোতে যিমানখিনি সূতা ওলায়; ; ঘেঁও ঘেঁও যঁতৰৰ মাত।
an arm's length of thread in spining
- ঘেঁকেটghem̐keṭaNoun
ঘোঁকট; আহুকলীয়া বা এচুকীয়া ঠাই।
- ঘেঁকেটীয়াghem̐keṭīẏāAdjective
কৰিবলৈ টান
difficult to do
- ঘেঁচghem̐caNoun
জৰীত সী লোবা মণিৰ খন্দা বা ভাগ
a division in a string of beads
- ঘেঁচিghem̐ciNoun
সূতাৰ সৰু নেচা
small skein
- ঘেঁচুলিghem̐culiNoun
এবিধ বন আৰু তাৰ আলু
a kind of medicinal herb
- ঘেঁটেলাghe~.te.laProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- ঘেঁতাghem̐tāIntransitive verb
বহুত লাভ কৰ্; বাঞ্ছনীয় কথা সিদ্ধি কৰ্; যেনে -"অমুকে ঘেঁতালে"
to make a large profit; to obtain a very desirable thing
- ঘেঁহনিghem̐haniNoun
মৰিবৰ সময়ত কফে ধৰাত ডিঙিৰপৰা ওলোবা শব্দ; ঘেৰ্ঘেৰি
the death rattle
- ঘেঁহনীয়াAdjective
ঘেঁহনি-যুক্ত; অস্পষ্ট হৈ ডিঙিৰপৰা ওলোবা (মাত)
uttered with difficulty (as voice)
- ঘেঁহাIntransitive verb
মৰিবৰ সময়ত কফে পৰাৰ গতিকে ডিঙিৰপৰা ঘেঁ ঘেঁ শব্দ কৰ্
to rattle, as the voice of a dying man
- ঘেঁহুghem̐huNoun
এবিধ বাম খেতিত হোবা ধান; ইয়াৰপৰা আটা গুৰি, ময়দা আৰু চুজি হয়
wheat; Triticu, sativum
- ঘেঁহু-ধানghem̐hu-dhānaNoun
এবিধ বাম খেতিত হোবা ধান; ইয়াৰপৰা আটা গুৰি, ময়দা আৰু চুজি হয়
wheat; Triticu, sativum