কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰফাraphāNoun
নিষ্পত্তি; কোনো কাৰ্য্য বা মোকৰ্দ্দমাৰ শেষ; সিদ্ধান্ত
final settlement; adjustment
- ৰবrabaNoun
শব্দ; মাত; ধ্বনি; হাই
a sound; a noise
- ৰবটro.botMaterial Noun
কলৰ কৃত্ৰিম মানুহ
an intelligent machine that looks like a human
- ৰবাবro.babProper Noun
এবিধ প্ৰাচীন তাঁৰৰ বাদ্য
A large plucked string instrument used in Hindustani music. It is an ancient instrument, and is rarely played in the present day. The rudra veena declined in popularity partly due to the introduction, in the early nineteenth century, of the surbahar, which allowed sitarists to more easily present the alap sections of slow dhrupad-style ragas.
- ৰবাব টেঙাro.bab te.ngaCommon Noun
সেউজীয় বা হালধীয়া ৰঙৰ এবিধ টেঙা জাতীয় ফল৷
It is a citrus fruit of pale green to yellow when ripe, larger than a grapefruit. It's pulp tastes sweet when ripe and has thick spongy rind.
- ৰবাব, ৰবাব টেঙাrabāba, rabāba, ṭeṅāNoun
এবিধ ডাঙৰ, ঘূৰণীয়া, ডাঠ আৰু সোপোকা বাদু থকা টেঙা ফল আৰু তাৰ গছ
shaddock; pomelos; citrus decumans
- ৰবাৰrabāraNoun
এবিধ প্ৰাচীন তাঁৰৰ বাদ্য; ৰুদ্ৰবীণা; যেনে-"ৰুদ্ৰ- কবিলাসঃ বিপঞ্চী ৰবাবঃ সাৰদা স্বৰমণ্ডলে" (বৰগীত)।
a kind of stringed musical instrument
- ৰবিrabiNoun
সূৰ্য্য
the sun
- ৰবিকিৰণro.bi.ki.ronAbstract Noun
light and warmth from the SUN
- ৰবিকৰro.bi.korAbstract Noun
light and warmth from the SUN
- ৰবিজিৎCommon Noun
সূৰ্যৰ দৰে তেজস্বী
brilliant like the sun
- ৰবিজ্যোতিro.bi.jyo`.tiAbstract Noun
light and warmth from the SUN
- ৰবিতনয়ro.bi.to.noyProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- ৰবিতল
ত্ৰিভুবন; জগত।
- ৰবিনন্দনro.bi.non.danProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- ৰবিপথMaterial Noun
কোনো দেশৰ ওপৰেদি উৰণৰ বাবে নিৰ্দিষ্ট কৰা আকাশী পথ
an air route designated for flight over a country
- ৰবিবাৰNoun
দেওবাৰ
Sunday
- ৰবিবৰীয়াrabibarīẏāAdjective
দেওবাৰে জন্মা বা হোবা
born or occurring on Sunday
- ৰবিমণ্ডলAbstract Noun
সূৰ্যৰ কক্ষপথ
the orbit of the sun
- ৰবিলোচনProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities