কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুচুৰি কৰ্phu.su.ri kowVerb-Intran.
মানুহক হহুঁৱাবলৈ খুহুঁতীয়া কথা ক
To say something funny to make people laugh
- ফুচ্ফাচ্phucphācNoun
সৰু সৰুকৈ কথা কোবা কাৰ্য্য
act of whispering
- ফুচ্ফুচা
সৰুকৈ কথা ক
to whisper
- ফুচ্ফুচ্
সৰুকৈ কোবা কথাৰ শব্দ
a sound like that of whispering
- ফুটphuṭaNoun
ফুটা; ফলৰ ভিতৰৰ কোঁহ (টেঙা, কঠাল আদি)
a carpel; a division of the pulp of a fruit containing the seed
- ফুট আহ্
তাপ পাই বুৰ্বুৰণি কাঢ়্
to bubble; to simmer
- ফুট কাঢ়্, ফুট তোল্
জুইৰ জাল দি বৰকৈ নুতলাই অলপ বেলি বুৰবুৰণি তুলি সিজা; অলপকৈ উতলা (চিৰা আদি খুন্দিবলৈ তিয়াই থোবা ধান)
to cause to bubble or simmer
- ফুট ল
উবাদিহ ল; গোপনে সম্ভেদ ল
to enquire secretly
- ফুট-গধূলিphuṭa-gadhūliNoun
অলপ গধূলি। গধূলিৰ আৰম্ভ
dusk; the early evening
- ফুট-মণিয়াৰphut-mo.ni.arProper Adj.
মানসিক ভাৱে ক্ষীপ্ৰ আৰু কৌশলী৷
Possessing quickness of intellect, skill, dexterity
- ফুটংগিৰীphu.tong.gi.riProper Adj.
আপোনাৰ মিছা যশস্যা প্ৰকাশ কৰা; নিজকে নিজে প্ৰশংসা কৰা |
Characterized by or exhibiting excessive vanity.
- ফুটকলাphuṭakalāNoun
ফুটুকা-গছৰ গুটি, "ফুটুকা" চোবাঁ
the fruit of a phutuka plant
- ফুটকিলাইphuṭakilāiNoun
দুটা গুটি লৈ তাৰে এটা লুকুবাই বিচাৰিবলৈ দি আনটো লুকুবাই প্ৰথমটো পোবাৰ পাছত দ্বিতীয়টো বিচাৰিবলৈ দি আকৌ প্ৰথমটো লুকুওবা খেল
a kind of game
- ফুটখাৰphuṭakhāraNoun
ফুটছাইত পানী দিলে তাৰপৰা জৰি ওলোবা খাৰণি; "খাৰ" চোবাঁ।
- ফুটছাইphuṭachāiNoun
তুঁহ আদি অতিশয়ৰূপে পুৰি মিহি হোবা ছাই
the powderlike ashes of burnt chaff
- ফুটনিphuṭaniNoun
ভেম; সাজ-পাৰ আদিৰে বা কথাৰে নিজক ডাঙৰ দেখুওবা কাৰ্য্য
show of vanity or pomp; boasting
- ফুটনি মাৰ্phu.to.ni marVerb-Intran.
নিজৰ বিষয়ে অহঙ্কাৰ কৰি বঢ়াই বঢ়াই ক
to speak with exaggeration and excessive pride, especially about oneself
- ফুটনি-বিন্ধনিphuṭani-bindhaniNoun
জোঙা বস্ত্তৰে খোঁচাৰ দৰে বেদনা বা ৰোগ; খোঁচনি-বিন্ধনি
a sharp pinching pain
- ফুটনীphuṭanīNoun
লেখী-ওকণী
the egg of a louse
- ফুটন্তphuṭantaAdjective
প্ৰস্ফুটিত; ফুলি উঠা।