কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘূৰ্ণীবতাহghur.ni.bo.tahAbstract Noun
অতি জোৰে বলা পকোৱা বতাহ
a strong cyclic wind
- ঘূৰ্ণীবায়ুghur.ni.ba.yuAbstract Noun
অতি জোৰে বলা পকোৱা বতাহ
a strong cyclic wind
- ঘূৰ্ণীয়মানghur.ni.yo.manProper Adj.
নিৰ্দ্দিষ্ট অক্ষক কেন্দ্ৰ কৰি ঘূৰি থকা
moving round an axis
- ঘূৰ্মুটি খাই ফুৰ্ghur.mu.ti khai phurVerb-Intran.
(বাট বিচাৰি অথবা কিবা বস্তু বিচাৰি) বিবুদ্ধি হৈ ইফালে-সিফালে ঘূৰি ফুৰ্
to move about in a confused manner (to find a way or in search of something)
- ঘূৰ্মুটিয়াghur.mu.ti.yaVerb-Intran.
(বাট বিচাৰি অথবা কিবা বস্তু বিচাৰি) বিবুদ্ধি হৈ ইফালে-সিফালে ঘূৰি ফুৰ্
to move about in a confused manner (to find a way or in search of something)
- ঘূৰ্মূটিয়াই ফূৰghur.mu.ti.yai phurVerb-Intran.
বিচাৰি চলাথ কৰ্
to move around in search of something
- ঘূৰ্ম্মুটি খাই ফুৰ্ghur.mu.ti khai phurVerb-Intran.
(বাট বিচাৰি অথবা কিবা বস্তু বিচাৰি) বিবুদ্ধি হৈ ইফালে-সিফালে ঘূৰি ফুৰ্
to move about in a confused manner (to find a way or in search of something)
- ঘূৰ্ম্মুটিয়াghur.mu.ti.yaVerb-Intran.
(বাট বিচাৰি অথবা কিবা বস্তু বিচাৰি) বিবুদ্ধি হৈ ইফালে-সিফালে ঘূৰি ফুৰ্
to move about in a confused manner (to find a way or in search of something)
- ঘূৰ্ম্মুটিয়া, ঘূৰ্মুটিয়া ঘুৰ্ম্মুটি খাই ফুৰ্, ঘূৰ্মুটি খাই ফুৰ্ghūrmmuṭiẏā, ghūrmuṭiẏā, ghurmmuṭi, khāi, phur, ghūrmuṭi, khāi, phur
অকাই-পকাই ফুৰ্; বাট বা বস্ত্ত বিচাৰি ঘুৰি ফুৰ্
to move about confusedly to find out the way or something
- ঘৃণনীয়ghri.no.ni.yoProper Adj.
লাজ পাবলগীয়া বা অপযশ হ’ব পৰা
causing shame, disgraceful or scandalous.
- ঘৃণাghri.naAbstract Noun
সন্মানৰ অভাৱ, শত্ৰুতা অথবা ভাল নোপোৱা সোৱাদ, গোন্ধ বা ৰঙৰ বাবে জন্মা অতি বেয়া পোৱা ভাৱ।
extreme dislike due to lack of respect, enmity or unfavorable taste, odour or colour.
- ঘৃণা কৰ্ghri.na korVerb-Trans.
কাৰোবাক বা কিহবাক অতিকৈ বেয়া পা৷
the hate or dislike something or someone
- ঘৃণাজনকghri.na.jo.nokProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘৃণাযোগ্যghri.na.jo`.gyoProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘৃণাৰ্হghri.nar.hoProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘৃণিতghi.ni.toVerbal Adj.
আনে যাক ঘিণ কৰে
being hated by others
- ঘৃণিনিধিProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- ঘৃণ্যghri.nyoProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘৃতghri.toMaterial Noun
মাখনৰদৰে এবিধ দুগ্ধজাত সামগ্ৰী| ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ৰন্ধন সামগ্ৰী ৰূপে ব্যৱহাৰ হয়| ভাৰতত হিন্দুধৰ্মীলোকে পূজা-পাতলতো ব্যৱহাৰ কৰে|
a milk product, a clarified butter without any solid milk particles or water. Used for cooking in India and some other South Asian countries.
- ঘৃত কুমাৰীgri.to ku.ma.riCommon Noun
চাল কুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা কেকটাচ জাতীয় এবিধ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।
A species of succulent plants of the Aloe family known to have medicinal values