কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰকতrakataAdjective
ৰক্ত; ৰঙা
red
- ৰকতিrakatiNoun
আসক্তি; ৰতি; যেনে-"যিনে গুৰুচৰণঃ ভকতি ৰকতি; মুকুতি কৰহু মহোই" (ভটিমা)।
- ৰকমrakamaNoun
ধৰণ; প্ৰকাৰ; বিধ
sort; kind
- ৰকমেAdverb
নিচিনাকৈ; প্ৰকাৰে; দৰে
in the manner
- ৰকাৰrakāraNoun
ৰ আখৰ; "ৰ"।
the letter
- ৰকিro.kiProper Noun
উত্তৰ আমেৰিকাত থকা পৃথিবীৰ এলানি দীঘল পৰ্বতমালা৷ প্ৰায় ৫০০০ কিলোমিটাৰ দীঘল৷
The Rocky Mountains are part of the longest mountain range in the world. They run down the western part of North America, from Alaska to Mexico and continue as the Andes Mountains in South America.
- ৰকি পৰ্বতমালাro.ki por.bot.ma.laProper Noun
উত্তৰ আমেৰিকাত থকা পৃথিবীৰ এলানি দীঘল পৰ্বতমালা৷ প্ৰায় ৫০০০ কিলোমিটাৰ দীঘল৷
The Rocky Mountains are part of the longest mountain range in the world. They run down the western part of North America, from Alaska to Mexico and continue as the Andes Mountains in South America.
- ৰকেটˈrɑkətMaterial Noun
খাৰ-বাৰুদ ভৰোৱা এক ধৰণৰ আতচ-বাজী, যাক দহন কৰিলে উৎপন্ন হোৱা বাষ্পই তাক ওপৰলৈ উৰাই লৈ যায়।
any of various simple or complex tubelike devices containing combustibles that on being ignited liberate gases whose action propels the tube through the air.
- ৰক্ এণ্ড ৰ’লrok end ro``lAbstract Noun
A kind of western music
- ৰক্তraktaAdjective
ৰঙা
red
- ৰক্ত কেন্সাৰrok.to. ken.sarProper Noun
শৰীৰৰ তেজত দ্ৰুত গতিত বৃদ্ধি হোৱা এবিধ বিদ্বেষী ৰক্তকোষ ৷
Leukemia is a cancer of the blood or bone marrow. It is characterized by the rapid growth of the malignant cells of blood , usually white blood cells.
- ৰক্ত জবাrok.to jo.baCommon Noun
হিবিস্কাচ্ জাতীয় যিকোনো প্ৰজাতিৰ প্ৰধানকৈ উষ্ণ-মণ্ডলীয়, বিভিন্ন ৰঙৰ ফুল ফুলা এবিধ জোপোহা গছ৷
Any of various chiefly tropical shrubs or trees of the genus Hibiscus, having large, showy, variously colored flowers with numerous stamens united into a tube surrounding the style.
- ৰক্ত ভাণ্ডাৰrok.to-bhan.darMaterial Noun
a storage facility where human blood is stored for emergency use
- ৰক্ত- চন্দনNoun
"ৰঙা-চন্দন" চোবাঁ।
- ৰক্ত-ধাৰাMaterial Noun
মানুহ বা জন্তুৰ দেহত প্ৰবাহিত হৈ থকা তেজ
the blood circulating through the body of a person or animal
- ৰক্ত-পিত্তrakta-pittaNoun
নাক, মুখ বা গুহ্যদ্বাৰেদি নাইবা কেবল মুখেদি তেজ যোবা এবিধ ৰোগ
a disease marked by hoemorrhage or the spontaneous discharge of blood through the nose, mouth or anus, etc.
- ৰক্ত-সঞ্চালনrok.to-xon.sa.lonVerbal Noun
শৰীৰত ৰক্তৰ প্ৰৱাহ
Movement to and fro, or from and back to a starting point, esp. that of blood from and to the heart
- ৰক্ত-সাৰCommon Noun
জন্তুৰ তেজৰ পৰা প্ৰস্তুত কৰা শুকান, নিস্ক্ৰিয় গুড়ি, যাক অধিক নাইট্ৰোজেন-যুক্ত জৈৱিক সাৰ আৰু অধিক প্ৰ’টিন-যুক্ত পশু খাদ্য হিচাবে ব্যৱহাৰ কৰা হয়৷
a dry, inert powder made from blood, used as a high-nitrogen organic fertilizer and a high protein animal feed.
- ৰক্তকrok.tokMaterial Noun
মানুহ আৰু অন্য মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সঞ্চালন তন্ত্ৰৰ মাজেদি প্ৰৱাহিত জুলীয়া পদাৰ্থ; মানুহৰ ক্ষেত্ৰত ই প্লাজমাৰ দ্বাৰা গঠিত, য’ত লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকা বিলাক ওপঙি থাকে ৷
the fluid that circulates in the principal vascular system of human beings and other vertebrates, in humans consisting of plasma in which the red blood cells, white blood cells, and platelets are suspended
- ৰক্তকণিকাrok.to.ko.ni.kaAbstract Noun
তেজত থকা শ্বেত বা লোহিত কণিকা
Minute body or cell in an organism, esp. the red or white cells in the bllod of vertebrates