কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষপাkhyo.paAbstract Noun
বেলি মাৰ যোৱাৰ পৰা উদয় হোৱালৈকে আন্ধাৰ সময়ছোৱা
the period of darkness between sunset and sunrise
- ক্ষমkhyomProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- ক্ষমণীয়khyo.mo.ni.yoProper Adj.
ক্ষমাৰ যোগ্য
Something ( normally an act) that can be forgiven
- ক্ষমতাkṣamatāNoun
পৰাক্ৰম; পাৰগতা; শক্তি
power; ability
- ক্ষমতা দেkhyo.mo.ta deVerb-Trans.
আনৰ হৈ কোনো কাম কৰিবলৈ স্বীকৃতি দে
To give authority to a person to act for others
- ক্ষমতাচ্যুত কৰ্khyo.mo.ta.syut korVerb-Trans.
সিংহাসন বা শাসকৰ আসনৰ পৰা আঁতৰ কৰ্
To remove from a throne or a seat of power
- ক্ষমতাপন্নAdjective
ক্ষমতা পোবা; ক্ষমতাবান; প্ৰতাপী
having power; valorous
- ক্ষমতাশালীkhyo.mo.ta.xa.liProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- ক্ষমতাহীনkhyo.mo.ta.hinProper Adj.
প্ৰভাৱ বা শক্তি নথকা ৷
Lacking strength or power.
- ক্ষমতাৰ প্ৰত্যাৰোপণkhyo.mo.tar pro.tya.ro’.ponAbstract Noun
Entrusting of authority to someone else, normally down below in level, to bring in more autonomy
- ক্ষমাkṣamāNoun
দায় এৰা কাৰ্য্য; সহন; দোষমৰ্ষণ
pardon; forgiveness
- ক্ষমা কৰ্khyo.ma korVerb-Trans.
কাৰোবাক শাস্তি বা প্ৰতিশোধৰ পৰা ৰেহাই দিয়া
to excuse one from punishment or revenge
- ক্ষমা খোজkhyo.ma kho’jVerbal Noun
দোষ স্বীকাৰ কৰি ক্ষমা কৰিবলৈ অনুৰোধ কৰা৷
to say (to somebody else) that one is sorry for doing something wrong or causing a problem; to make an apology
- ক্ষমা প্ৰাৰ্থনা কৰkhyo.ma par.tho.na korVerbal Noun
দোষ স্বীকাৰ কৰি ক্ষমা কৰিবলৈ অনুৰোধ কৰা৷
to say (to somebody else) that one is sorry for doing something wrong or causing a problem; to make an apology
- ক্ষমা বিচাৰ্khyo.ma bi.sarVerb-Trans.
ক্ষমা পোৱাৰ আশাৰে কোনো দোষণীয় কাৰ্য কিয় কৰা হ’ল ব্যাখ্যা কৰ্
To explain (a fault or an offense) in the hope of being forgiven or understood
- ক্ষমাকাৰীkhyo.ma.ka.riCommon Noun
যিজনে ক্ষমা কৰি দিয়ে
A person who pardons or forgives or excuses a fault or offence
- ক্ষমাদানkhyo.ma.danAbstract Noun
cessation of the feeling of resentment against; cancelation of an indebtedness
- ক্ষমাপ্ৰাৰ্থীVerbal Adj.
মাফ বা ক্ষমা খোজাৰ বাবে আগ্ৰহী
willing or eager to apologize
- ক্ষমাবন্তAdjective
সহজে ক্ষমা কৰা গুণ থকা
forgiving
- ক্ষমাবানAdjective
সহজে ক্ষমা কৰা গুণ থকা
forgiving