কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰন্ধন সম্পৰ্কীয়Proper Adj.
of, relating to, or used in cooking or the kitchen.
- ৰন্ধনকৌশলron.dhon.kou.xolAbstract Noun
ৰন্ধনৰ কৌশল বা প্ৰক্ৰিয়া; যেনেঃ ভাৰতীয় ৰন্ধনশৈলী, অসমীয়া ৰন্ধন প্ৰণালী
style or method of cooking, e.g., Indian Cuisine, Chinese Cuisine, Assamese Cuisine
- ৰন্ধনগৃহron.dhon.gri.hoAbstract Noun
এটা ঘৰৰ যিটো কোঠাত ৰন্ধন কাৰ্য্য কৰা হয়।
the quarter of a house where cooking is carried out or designed for cooking food.
- ৰন্ধনপদ্ধতিron.dhan.pod.dho.tiAbstract Noun
ৰন্ধনৰ কৌশল বা প্ৰক্ৰিয়া; যেনেঃ ভাৰতীয় ৰন্ধনশৈলী, অসমীয়া ৰন্ধন প্ৰণালী
style or method of cooking, e.g., Indian Cuisine, Chinese Cuisine, Assamese Cuisine
- ৰন্ধনপ্ৰণালীron.dhon pro.na.liAbstract Noun
কোনো খাদ্যৰ ৰন্ধাৰ পদ্ধতি ।
the complete process of cooking a particular food item.
- ৰন্ধনবিধিron.dhon.bi.dhiAbstract Noun
কোনো খাদ্যৰ ৰন্ধাৰ পদ্ধতি ।
the complete process of cooking a particular food item.
- ৰন্ধনশাল সম্পৰ্কীয়Proper Adj.
of, relating to, or used in cooking or the kitchen.
- ৰন্ধনশালাron.dhon.xa.laAbstract Noun
এটা ঘৰৰ যিটো কোঠাত ৰন্ধন কাৰ্য্য কৰা হয়।
the quarter of a house where cooking is carried out or designed for cooking food.
- ৰন্ধনশৈলীron.dhon.xoi.liAbstract Noun
ৰন্ধনৰ কৌশল বা প্ৰক্ৰিয়া; যেনেঃ ভাৰতীয় ৰন্ধনশৈলী, অসমীয়া ৰন্ধন প্ৰণালী
style or method of cooking, e.g., Indian Cuisine, Chinese Cuisine, Assamese Cuisine
- ৰন্ধাrandhāTransitive verb
আনৰ দ্বাৰায় পাক কৰোবা
to cause to be cooked
- ৰন্ধা ধৰণron.dha dho.ronAbstract Noun
ৰন্ধনৰ কৌশল বা প্ৰক্ৰিয়া; যেনেঃ ভাৰতীয় ৰন্ধনশৈলী, অসমীয়া ৰন্ধন প্ৰণালী
style or method of cooking, e.g., Indian Cuisine, Chinese Cuisine, Assamese Cuisine
- ৰন্ধা-বঢ়াron.dha-bor.haVerbal Noun
ৰন্ধা বা সিজোৱা কাৰ্য্য
the act of preparing food
- ৰন্ধানাগাৰron.dha.na.garAbstract Noun
এটা ঘৰৰ যিটো কোঠাত ৰন্ধন কাৰ্য্য কৰা হয়।
the quarter of a house where cooking is carried out or designed for cooking food.
- ৰন্ধ্ৰrandhraNoun
বিন্ধা; ফুটা; ফাঁট
a hole; a fissure
- ৰন্ধ্ৰিকাNoun
ৰন্ধ্ৰিকা
ৰন্ধ্ৰিকা
- ৰন্ধ্ৰী প্ৰাণীrn.dhri pra.niCommon Noun
দেহত অসংখ্য ৰন্ধ্ৰ থকা স্পঞ্জ জাতীয় বিভিন্ন জলজ প্ৰাণীৰে গঠিত এক পৰ্ব বা বিভাগ
an animal phylum comprising the sponges
- ৰপহী ঠেকেৰাru.po.hi the.ke.raCommon Noun
ঠেকেৰা জাতীয় ফলেৰে সৈতে এজোপা গছ আৰু ফল৷
A plant genus of the family Clusiaceae native to Asia, Australia, tropical and southern Africa, and Polynesia.
- ৰপ্তানিraptāniNoun
অন্য দেশলৈ পঠোবা মাল
export
- ৰপ্তানি কৰrop.ta.ni korAbstract Noun
কোনো পণ্য এখন দেশৰ পৰা আন এখন দেশলৈ পঠিয়াওঁতে দিব লগা কৰ
a tax payable when a good is shipped from one country to another
- ৰপ্তানি কৰ্rop.ta.ni korVerb-Trans.
sell and send goods to foreign country