কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাগ্যক্ৰমেbha.gyo.kro.meAdverb
সুভাগ্যৰ প্ৰভাৱত বা ভাগ্য সুপ্ৰসন্ন হলে (হোৱা)৷
Auguring favourable circumstances by good fortune or luck.
- ভাগ্যগণনাকাৰীbha.gyo.go.no.na.ka.riCommon Noun
One who studies supposed effects of planetary influence on human affairs
- ভাগ্যগুণেbha.gyo.gu.neAdverb
সুভাগ্যৰ প্ৰভাৱত বা ভাগ্য সুপ্ৰসন্ন হলে (হোৱা)৷
Auguring favourable circumstances by good fortune or luck.
- ভাগ্যদেৱতাbha.gyo.de.bo.taAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- ভাগ্যদেৱীbha.gyo.de.biCommon Noun
কাৰোবাৰ ভাগ্যৰ ভাল বেয়া নিয়ন্তা অদৃষ্টৰ অধিষ্ঠিতা দেৱী ৷
the personification of luck that is often involved in gambler's superstitions.
- ভাগ্যদোষbha.gyo.do’xAbstract Noun
ভাগ্য বেয়া হোৱা অৱস্থাটো৷
A bad luck that has caused a trouble.
- ভাগ্যনিয়ন্তাbha.gyo.ni.yon.taAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- ভাগ্যবতী; ভাগ্যশালীFeminine; Adjective
ভাগ্যবান।
- ভাগ্যবন্তbhāgyabantaAdjective
ভাগ্য থকা; সুকপলীয়া
fortunate; lucky
- ভাগ্যবলতbha.gyo.bo.lotAdverb
সুভাগ্যৰ প্ৰভাৱত বা ভাগ্য সুপ্ৰসন্ন হলে (হোৱা)৷
Auguring favourable circumstances by good fortune or luck.
- ভাগ্যবাদAbstract Noun
সকলো পৰিঘটনা ভাগ্যৰ অধীনত বুলি কৰা বিশ্বাস
a belief that all events are subject to destiny
- ভাগ্যবানbhāgyabānaAdjective
ভাগ্য থকা; সুকপলীয়া
fortunate; lucky
- ভাগ্যবিধাতাbha.gyo.bi.dha.taAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- ভাগ্যলক্ষীbha.gyo.lokhiCommon Noun
কাৰোবাৰ ভাগ্যৰ ভাল বেয়া নিয়ন্তা অদৃষ্টৰ অধিষ্ঠিতা দেৱী ৷
the personification of luck that is often involved in gambler's superstitions.
- ভাগ্যলিপিNoun
কপালত লিখি থোবা কথা; আগতে নিৰ্দ্দিষ্ট হৈ থকা ভাগ্যৰ গাত।
- ভাগ্যশূন্যbha.gyo.xu.nyoProper Adj.
যাৰ ভাগ্য বেয়া
one who suffers bad luck
- ভাগ্যহীনbha.gyo.hinProper Adj.
যাৰ ভাগ্য বেয়া
one who suffers bad luck
- ভাগ্যেbha.gyeAdverb
সুভাগ্যৰ প্ৰভাৱত বা ভাগ্য সুপ্ৰসন্ন হলে (হোৱা)৷
Auguring favourable circumstances by good fortune or luck.
- ভাগ্যোদয়bha.gyo`.doyAbstract Noun
ধন-সম্পত্তি আদি আহৰণত সফলতা প্ৰাপ্তি, বৈষয়িক উন্নতি হোৱা
the state of being successful, especially material or financial success; good fortune
- ভাগ্যৱন্তbha.gyo.bon.toProper Adj.
যাৰ ভাগ্য ভাল ৷
Having unexpected good fortune and luck.