কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মতাদৰ্শগতmo.ta.dor.xo.go.toProper Adj.
ভাৱধাৰা বা মতাদৰ্শৰ সৈতে জড়িত বা সেই বিষয়ক
of or pertaining to ideology
- মতাধিকাৰmo.ta.dhi.karAbstract Noun
Suffrage is the civil right to vote, or the exercise of that right. In that context it is also called political franchise or simply the franchise, a term dating from the time when the Franks of ancient France were free.
- মতানুযায়ীmo.ta.nu.ja.yiAdverb
পূৰ্বতে হৈ যোৱা বা উল্লেখিত কোনো ঘটনা বা কথাৰ অনুসৰি |
In a way that is appropriate to what has been done or said in a particular situation.
- মতানৈক্যmo.ta.noi.kyoAbstract Noun
কোনো বিষয়ত হোৱা মতৰ অমিল|
prolonged argument or dispute.
- মতান্তৰmatāntaraNoun
মতভেদ; অভিপ্ৰায় বা ইচ্ছাৰ অমিল
difference of opinion
- মতান্ধmo.tan.dhoAbstract Noun
নিজৰ মত বা ইচ্ছা পৰিত্যাগ নকৰা মনোভাৱ৷
The mentality of not compromising with your own desires and ideas.
- মতাবলম্বনmatābalambanaNoun
কোনো এক মত অনুসাৰে কৰা আচৰণ; কোনো বিধান বা পথত চলা কাৰ্য্য
acting on or following another's opinion; the act of following a particular doctrine or tenet
- মতাবলম্বীAdjective
কোনো বিশেষ মত অবলম্বন কৰি চলা
following a particular doctrine or tenet
- মতামতmatāmataNoun
সপক্ষ কি বিপক্ষ মত
pros and cons; opinion for and against
- মতামত দেmo.ta.mot deVerb-Trans.
কোনো বিষয়ৰ সম্পৰ্কে মত ব্যক্ত কৰ্
To give one's judgement on something
- মতামানুহmo.ta.ma.nuhCommon Noun
মানুহৰ দুই লিঙ্গৰ বিশেষকৈ শাৰীৰিকভাৱে সৱলজন ৷
An adult male human being, as distinguished from a woman.
- মতামুৱাmo.ta.mu.waProper Adj.
(অশালীন)মতামুৱা মাইকী, অনাৰীসূলভ৷ সাধাৰণতে পুৰুষৰ বুলি ভবা কিছু অনাৰীসূলভ গুণ থকা আৰু পুৰুষৰ দৰে আচাৰ ব্যৱহাৰ কৰা তিৰোতা বা ছোৱালী৷
(Disapproving)(of a woman or of something belonging to a woman)having qualities and appearance thought of as typical of or suitable for man.
- মতাৱলম্বীmo.ta.wo.lom.biVerbal Adj.
কোনো বিশেষ মত অৱলম্বন কৰি চলা
following a particular doctrine or tenet
- মতিmatiNoun
মন; বুদ্ধি; আশয়; মনৰ প্ৰবৱত্তি
mind; intellect; inclination; mental disposition
- মতি বুদ্ধিmati, buddhiNoun
স্বভাব-চৰিত্ৰ
disposition; conduct
- মতি-গতিmati-gatiNoun
মনৰ ঢাল আৰু গতি; আচৰণ
intention and inclination of the mind; conduct
- মতি-ভ্ৰমmati-bhramaNoun
বূদ্ধিৰ ভ্ৰম; কোনো কথা ভুলকৈ বুজা অবস্হা
misapprehension
- মতিচুৰmaticuraNoun
লাৰুকৈ কৰা এবিধ মিঠাই
a kind of sweet- meat
- মতিচ্ছন্নmaticchannaAdjective
হতবুদ্ধি; জ্ঞানহীন
deranged in mind
- মতিচ্ছন্নতাmo.ti.son.no.taAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.