কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দলভংগ হVerb-Trans.
বিভিন্ন দিশলৈ গতি কৰা বা পঠোৱা
to go or to be sent in different directions
- দলভঙ্গ কৰ্dol.bhong.go korVerb-Trans.
সৈন্যবাহিনীৰ দৰে কোনো সংঘৱদ্ধ দল বা গোট ভঙ্গ কৰি দে
to break up an organised group of people, such as an army
- দলভুক্তdo.lo.bhuk.toVerbal Adj.
দলৰ ভিতৰত ভৰ্ত্তি কৰা বা অন্তৰ্ভুক্ত কৰা
admitted or included in a party
- দলমণ্ডলdo.lo.mon.dolMaterial Noun
এপাহ ফুলৰ পাহি বা দলসমূহৰ সমষ্টি, ফুলৰ এটা চক্ৰ৷
An outermost-but-one whorl of a flower, composed of petals.
- দলমাdalamāNoun
দমলা।
- দলম’ৰাdol.mo``.raCommon Noun
পানীত, দলনিত চৰি ফুৰা দলপুঙা জাতীয় চৰাই৷
The pheasant-tailed jacana is a jacana in the monotypic genus Hydrophasianus. Jacanas are a group of waders in the family Jacanidae that are identifiable by their wide feet and claws
- দলসৰাdol.xo.raCommon Noun
<br><font size="4">কোঁঢ়া এবিধ দলনি-পিটনিত থকা ডাউক প্ৰজাতিৰ চৰাই| ইউৰোপ আৰু এচিয়া মহাদেশৰ প্রায়বোৰ অঞ্চলতে পোৱা যায়| ই প্রায় ২৮ ছে.মি. দীঘল (১১ ইঞ্চি) হয়| ইয়াৰ ওপৰ অংশ মুগা আৰু পেটতো ধূসৰ নীলা বৰণৰ হয় যদিও ডেউকাত ক`লা-বগা পাখি থকা দেখা যায়| ঠোঁটতো আনুপাতিকভাৱে দীঘল|</br>কোঁঢ়াই দলনি-পিটনিৰ মাজৰ শুকান ঠাইত বাঁহ সাজি এবাৰত প্রায় ১২ টালৈকে কণী পাৰে| পোৱালীবোৰ দেখিবলৈ প্রায় পূৰ্ণাংগ চৰাইবোৰৰ দৰেই|</br>কোঁঢ়া চৰাইৰ মাত শুনিবলৈ ইয়াতে ক্লিক কৰক</font><embed src="http://birajkk.googlepages.com/waterrail.swf" width="300" height="25"></embed>
Water rail is a slender marsh bird of the family Rallidae (order Gruiformes), native to most of Europe and Asia. Its length is about 28 cm (11 inches), and it has mainly brown upperparts and blue-grey underparts, with black barring on the flanks with a moderately long beak. The sides of the bird have black and white bands. Water rail can be distinguished by its long legs and feet, short upright tail and pot-bellied appearance. <br>It nests in a dry location in marsh vegetation, laying up to a dozen eggs. Juveniles are similar to the adults but the blue-gray is replaced by buff.</br>
- দলহ-দপহকৈdalaha-dapahakaiAdverb
সুশ্ৰী হৈ; নিৰ্ব্বিঘ্নে
flourishingly
- দলহীনProper Adj.
দল বা পাহী নথকা (ফুল)
Having no petals.
- দলাdalāNoun
মাটিৰ লদা; দলি
a clod of earth
- দলা মাৰ্, দলিয়া
দলি নিক্ষেপ কৰ্; দলিৰে আঘাত কৰ্; . কৱদ
to pelt
- দলা-দলিdalā-daliNoun
একে সঙ্গত নেথাকি এদল এদল হোবা কাৰ্য্য; মিলি থকা বহুত মানুহৰ মাজত পৱথক পৱথক দল বন্ধা কাৰ্য্য; বিৰোধ
act of dividing into many parties; partifaction
- দলা-দোপাdalā-dopāAdjective
দলদুপীয়া।
- দলিdaliNoun
মাটিৰ লদা; মাটিৰ সৰু চপৰা
a clod of earth
- দলি-মাৰিdo.li-ma.riMaterial Noun
দীঘল বাঁহৰ নালেৰে শষ্য পথাৰত দলিচপৰা ভাঙিবলৈ ব্যৱহাৰ কৰা এবিধ হাতুৰী ৷
A long handel hammer made of wood used in breaking clods.
- দলি-মৰিয়া
চপৰাদলি ভঙা দীঘল নালেৰে কাঠৰ হাতুৰী
a wooden mallet
- দলিচাdalicāNoun
এবিধ নোমৰ পাৰি লোবা ডাঠ কাপোৰ বা খঙা
a carpet; a rug
- দলিতdalitaAdjective
মৰ্দ্দিত; মোহাৰি পেলোবা; ধ্বংস কৰা
crushed; destroyed
- দলিমৰিয়াdo.li.mo.ri.yaMaterial Noun
দীঘল বাঁহৰ নালেৰে শষ্য পথাৰত দলিচপৰা ভাঙিবলৈ ব্যৱহাৰ কৰা এবিধ হাতুৰী ৷
A long handel hammer made of wood used in breaking clods.
- দলিলdalilaNoun
কোনো বিষয়ৰ প্ৰমাণ লিখা কাকত
a document; a deed