কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টিহুti.huProper Noun
বৰপেটা জিলাৰ উল্লেখযোগ্য স্থান
An important place of Barpeta district of Assam
- টিয়কti.yokProper Noun
যোৰহাট জিলাৰ উল্লেখযোগ্য জান বা জুৰি৷
An important river-let flowing through Jorhat district.
- টিয়াঁti.ya~Common Noun
any of numerous hook-billed, often brilliantly colored birds of the order Psittaciformes, as the cockatoo, lory, macaw, or parakeet, having the ability to mimic speech and often kept as pets.
- টিয়াঁপাৰাti.ya~.pa.raProper Noun
গোৱালপাৰা জিলাত বলবলাৰ ওচৰত `টিয়াপাৰা` নামৰ এখন গাঁও আছে৷
A village in Goalpara district near Balbala.
- টিৰাপProper Noun
ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ এখন জিলা
A district of Arunachal Pradesh state of India
- টিৰিকাNoun
অলপ পৰিমাণে কৰা পাতলীয়া শৌচ
a small quantity of watery excrement
- টিৰিক্ṭirikIntransitive verb
অলপ পৰিমাণে পাতলীয়া শোচ কৰ্
to void a very small quantity of loose stool
- টীকাṭīkāNoun
টিপ্পনী; অৰ্থৰ সংক্ষেপ ব্যাখ্যা
a note or commentary
- টীকা সংযোগ কৰ্ti.ka xong.jo`g korVerb-Trans.
ৰচনা, শব্দ বা ছবিত চমু টোকা বা অৰ্থ সন্নিৱিষ্ট কৰ্
to add a brief explanation or meaning to a text or word or diagram
- টীকাকাৰ
টীকা লিখোঁতা
a commentator
- টীকাকৰণti.ka.ko.ronVerbal Noun
মানুহ বা ঘৰচীয়া জীৱ-জন্তুৰ শৰীৰত আগেয়ে দোষমুক্ত বা অনিষ্টকাৰী গুণ নোহোৱা কৰি লোৱা জীৱাণু সুমুৱাই দি ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান কৰা কাৰ্য্য
the introduction into humans or domestic animals of microorganisms that have previously been treated to make them harmless for the purpose of inducing the development of immunity
- টীকাযুক্তti.ka.juk.toProper Adj.
টীকা অথবা ব্যাখ্যা থকা কোনো লিখনি ।
Supplied with or containing explanatory notes, textual comments, etc.
- টুṭuNoun
সামান্যতম কথা; যেনে-মুখেৰে টু নকৰ্।
- টু-জিAbstract Noun
মোবাইল ফোন প্ৰযুক্তিৰ এটা প্ৰজন্ম
A mobile network technology.
- টুঁটলিṭum̐ṭaliNoun
চৰাইৰ টোঁটোলা।
- টুংṭumTransitive verb
গছৰপৰা ছিঙ্ (ফুল, ফল)
to pluck
- টুংখুঙীয়াṭuṅkhuṅīẏāNoun
আহোম ৰজাসকলৰ এটা বংশ
a dynasty of Ahom kings
- টুইটAbstract Noun
টুইটাৰৰ যোগে প্ৰৰণ কৰা চমু বাৰ্তা
A short message posted in Twitter.
- টুইটাৰMaterial Noun
এটা মাক্ৰ-ব্লগিং আৰু সামাজিক ভাৱ-বিনিময় কৰিবলৈ সুবিধা দিয়া সেৱা, য’ত ব্যৱহাৰকাৰীসকলে `টুইট` বুলি জনাজাত সংক্ষিপ্ত বাৰ্তাৰ দ্বাৰা ভাৱ বিনিময় কৰে৷
A micro-blogging and social networking service, in which users interact by short messages called `tweets`.
- টুকটাককৈtuk.tak.koiAdverb
মিতব্যয়ীতাৰে বা অতি কম খৰচ কৰি
in a thrifty or frugal manner