কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যামৱতীja.mo.bo.tiAbstract Noun
বেলি মাৰ যোৱাৰ পৰা উদয় হোৱালৈকে আন্ধাৰ সময়ছোৱা
the period of darkness between sunset and sunrise
- যাযাবৰja.ja.borCommon Noun
স্থায়ী বাসস্থান নথকা, কিন্তু সাধাৰণতে কোনো কোনো ঋতুত ইঠাইৰ পৰা সিঠাইলৈ এক সীমিত এলেকাৰ ভিতৰত ঘূৰি ফুৰা লোক; এনেয়ে ঘূৰি ফুৰা কোনো লোক
a member of a people who have no fixed residence but move from place to place usually seasonally and within a well-defined territory; an individual who roams about
- যাযাবৰীja.ja.bo.riProper Adj.
যাযাবৰ বা অঘৰী সকলৰ, তেওঁলোকৰ সৈতে জড়িত বা তেনে বৈশিষ্ট্য থকা।
of, pertaining to, or characteristic of nomads.
- যাসিyāsiIntransitive verb
যোবা; যাবলৈ ধৰিছা; গৈছা; যেনে -"আজো কাহা যাসি বোলয়ে গোবালী" (বৰগীত)।
- যাহেyāhePronoun
যাৰ; যেনে-"যাহে বিয়োগ আগিঃ অঙ্গ তাবয়ঃ তিল একু বহয়ে নপাৰি" (বৰগীত)।
- যাৰjarPronoun
কোনো মানুহ বা বস্তু অইন কোন মানুহ বা বস্তুৰে সম্পৰ্কিত , তাক সুধিবলৈ বা কবলৈ/বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ যেনেঃ কিহৰ লাৰু?,/ভোজ?
used in questions to ask who somebody/something belongs to? Also used to say which person/thing you are referring to.
- যাৰ বাবেAdverb
উক্ত কাৰণত
for that reason, in consequence
- যাৱজ্জীৱনja.bot.ji.bonAdjective Adj.
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷
lasting or existing all through somebody's life; lasting a lifetime
- যাৱতীয়ja.bo.ti.yoProper Adj.
কোনো নিৰ্দ্দিষ্ট ফলাফল বা কাৰ্য্যকাৰিতা অৰ্জন কৰাৰ বাবে যাক লাগে
Needed to achieve a certain result or effect
- যাৱনিকja.wo.nikProper Adj.
পাৰস্য আৰু আৰৱ দেশৰ লগত সমন্ধ থকা
Pertaining to present-day Iran and the Arabian Peninsula.
- যাৱৎja.botAdverb
নিৰ্দিষ্ট সময়লৈকে একেৰাহে ।
Upto the specified time.
- যিyiPronoun
যি মানুহ
that person; who; which
- যি কি নহওকji ki no.ho.o`kConjuction
Even if the first part of the sentence happens, the second part would occur or should occur.
- যি হেতুকেji he.tu.keConjuction
কোনো কাৰণ বশতঃ
for the reason that, on account of; word used to connect cause and effec
- যি-তিAdposition
কোনো নিশ্চিত নথকা; এটা, দুটা বা বহুতো ৷
One or some or every or all without specification.
- যিকোনোji.ko’.no’Adposition
কোনো নিশ্চিত নথকা; এটা, দুটা বা বহুতো ৷
One or some or every or all without specification.
- যিকোনো উপায়েৰেji.ko`.no` u.pa.ye.reAdverb
যিকোনো উপায় বা পন্থা অৱলম্বন কৰি
in any way; by whatever way necessary
- যিকোনো প্ৰকাৰেji.ko`.no` pro.ka.reAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- যিজনকji.jo.nokPronoun
উল্লেখিত ব্যক্তি বিশেষক
to the person specified
- যিদৰেji.do.reConjuction
like the way, manner discussed