কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পটুpaṭuAdjective
পাৰ্গত; দক্ষ; নিপুণ; কোনো কাম ভালকৈ জনা
skilful; proficient; skilled; able
- পটুকাpaṭukāNoun
কঁকালত বন্ধা কাপোৰ; টঙালি; যেনে -"আপোনাৰ পটুকাক পেটৰ খসাই। মৱগৰ লগত দোল দিলে ৰঙ্গে যাই" (শঙ্কৰ-চৰিত)
a waist band
- পটুতাpo.tu.taAbstract Noun
নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা
the ability of sb to carry out certain task by virtue of knowledge and practice
- পটুত্বpo.tut.twoAbstract Noun
নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা
the ability of sb to carry out certain task by virtue of knowledge and practice
- পটুবাpaṭubāNoun
কলগছৰ গা ঢাকি ৰখা আবৰণ; বৌখা
the sheath of a plantain tree
- পটুবা
বা কলগছৰ বৌখাৰ কেইবাটাও বৰ দীঘল দীঘল খোল সাজি তাৰে মাৰ বান্ধি লাহে লাহে পানীৰ ওপৰত টানি নি মাছ ধৰ্।
- পটুবা-ছিৰা দি
কলা-খাৰ কৰিবলৈ কলগছৰ পটুবা যেনেকৈ ছিৰলী-ছিৰলীকৈ ফালে সেইদৰে ছিৰাছিৰ কৰ্
to tear into small strips
- পটুৱাpo.tu.waMaterial Noun
নামঘৰত জলপান খাবৰ কাৰণে ব্যৱহাৰ কৰা কল পটুৱাৰ এবিধ দ-পাত্ৰ ৷
a deep plate made from the sheath of a banana tree.
- পটেছিয়াম কাৰ্বনেটNoun
পটেছিয়াম কাৰ্বনেট
পটেছিয়াম কাৰ্বনেট
- পটেছিয়াম ক্ল’ৰাইডNoun
পটেছিয়াম ক্ল’ৰাইড
পটেছিয়াম ক্ল’ৰাইড
- পটেছিয়াম ক্ল’ৰেটNoun
পটেছিয়াম ক্ল’ৰেট
পটেছিয়াম ক্ল’ৰেট
- পটেছিয়াম ছায়েনাইডNoun
পটেছিয়াম ছায়েনাইড
পটেছিয়াম ছায়েনাইড
- পটেছিয়াম ছৰবেটNoun
পটেছিয়াম ছৰবেট
পটেছিয়াম ছৰবেট
- পটেছিয়াম ডাইক্ৰ’মেটNoun
পটেছিয়াম ডাইক্ৰ’মেট
পটেছিয়াম ডাইক্ৰ’মেট
- পটেছিয়াম পাৰমেংগানেটNoun
পটেছিয়াম পাৰমেংগানেট
পটেছিয়াম পাৰমেংগানেট
- পটেছিয়াম ফেৰিছায়েনাইডNoun
পটেছিয়াম ফেৰিছায়েনাইড
পটেছিয়াম ফেৰিছায়েনাইড
- পটেছিয়াম ব্ৰ’মাইডNoun
পটেছিয়াম ব্ৰ’মাইড
পটেছিয়াম ব্ৰ’মাইড
- পটেছিয়াম হাইড্ৰক্সাইডNoun
পটেছিয়াম হাইড্ৰক্সাইড
পটেছিয়াম হাইড্ৰক্সাইড
- পটেছিয়াম হাইড্ৰাইডNoun
পটেছিয়াম হাইড্ৰাইড
পটেছিয়াম হাইড্ৰাইড
- পটেছৰীpaṭecharīNoun
ৰজাৰ প্ৰধান ৰাণী; মাদৈ
the principal wife of a reigning king