কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধীৰে-সুস্হেVerb
উত্তেজিত নোহোবাকৈ।
- ধীৰোদাওdhīrodāoNoun
কাব্যৰ নায়ক-বিশেষ; নিৰহঙ্কাৰ আৰু সুখে-দুখে দৰদী নায়ক।
- ধীৰোদ্ধতdhīroddhataNoun
শান্ত কিন্ত্ত মাজে মাজে উদ্ধত নায়ক।
- ধীৱৰdhi.borCommon Noun
জীৱিকা নিৰ্ব্বাহৰ কাৰণে অথবা এক ক্ৰীড়া ৰূপে মাছ ধৰা মানুহ।
A person who catches fish, either as a job or as a sport.
- ধুঁবলি-কুঁবলিdhum̐bali-kum̐baliNoun
কুঁবলী, ধূলি বা ধোঁবা আকাশ বায়ুত মিহলি হৈ বেৰি ধৰা গতিকে হোবা অন্ধকাৰ; ধোঁবাকোবাঁ
baziness caused by mist, dust or smoke in the atmosphere
- ধুঁবলী-কুঁবলীdhum̐balī-kum̐balīNoun
কুঁবলী, ধূলি বা ধোঁবা আকাশ বায়ুত মিহলি হৈ বেৰি ধৰা গতিকে হোবা অন্ধকাৰ; ধোঁবাকোবাঁ
baziness caused by mist, dust or smoke in the atmosphere
- ধুঁবাdhum̐bāNoun
ধোঁবা।
- ধুঁবা-কুঁই
ধুঁবলী-কুঁবলী।
- ধুঁবা-খুলীয়াdhum̐bā-khulīẏāAdjective
ধন-সম্পত্তি উৰাই হাত- খালি হোবা; ধন সাঁচিৰ নোবৰা; অপব্যয়ী
wasteful; prodigal
- ধুঁৱলি-কুঁৱলিdhu.~wo.li-ku~.wo.liProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- ধুঁৱলী-কুঁৱলীdhu~woli-ku~woliProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- ধুইdhuiNoun
বয়সীয়া মাইকী হাতী
a full grown female elephant
- ধুইলাCommon Noun
ঢোল বজোওৱা লোক; ঢোল বাদক৷
one who plays the dhol.
- ধুএনিVerbal Noun
ছোৱালী প্ৰথমে ঋতুমতী হোৱাৰ পৰা সাত দিনৰ মূৰত নোৱাই গা ধুওৱা কাৰ্য্য ৷
the ceremony of anointing a girl with unguents and bathing her on the seventh day after the first appearance of catamenia.
- ধুকধুকিdhukadhukiAdjective
সন্দেহত অস্হিৰ; উগুল-থুগুল; যেনে-"তাক শুনি অৰ্জ্জনুৰ মন ধুকধুকি" (মিশ্ৰ-গীতা)।
- ধুচাdhucāNoun
এবিধ কপাহৰ নোমৰ কম্বল
a cotton blanket
- ধুতিdhutiAdjective
পথালি শুচি কৰা; যেনে-"ধুতি গা"। গা ধুই শুচি গাত পিন্ধা; ছুবা নথকা; যেনে-"ধুতি কাপোৰ"
ceremonially clean; washed
- ধুতি-নীতিdhu.ti-ni.tiAbstract Noun
ধৰ্মীয়ভাৱে অসুচী বুলি ভৱা বস্তুক, সংশোধন কৰা প্ৰক্ৰিয়া৷ উদাহৰণ- তেওঁ বৰ ধুতি-নীতি মানি চলে৷-
cleremonial process of cleaniness.
- ধুতূৰাdhu.tu.raCommon Noun
a herb of a genus of 12-15 species of vespertine flowering plants belonging to the family Solanaceae, containing many toxic chemicals that induce hallucinations and delusion on the taker. It is also used in ayurvedic medicnes.
- ধুথূঘিdhuthūghiNoun
ধুঁতৰি। যেনে-"হুঙ্কৰণি শুনিয়া গৰ্ভত লাগে ত্ৰাস। ধুথণি ঘসাই পৱথিবীকে কৰে নাশ" (শঙ্কৰ-চৰিত)।