কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চতুৰ্থীcaturthīNoun
আঁউসী বা পূৰ্ণিমাৰ পাছৰ চতুৰ্থ দিনৰ তিথি
the fourth day of the lunar month
- চতুৰ্দশcaturdaśaNoun
চৈধ্য
fourteen
- চতুৰ্দশপদী কবিতাso.tur.dox.po.di ko.bi.taAbstract Noun
চৈধ্য শাৰীত লিখা ছন্দোৱদ্ধ কবিতা
poem of 14 lines with a fixed rhyme-scheme and, in English, usuually ten syllables per line
- চতুৰ্দশীcaturdaśī
আঁউসী বা পূৰ্ণিমাৰ পাছৰপৰা চৈধ্য দিন; অমাবস্যা বা পূৰ্ণিমাৰ আগ দিন
the fourteenth day of the lunar month
- চতুৰ্দিশcaturdiśaNoun
চাৰিও দিশ বা ফাল; পূব, পশ্চিম, উত্তৰ, দক্ষিণ
the four cardinal points of the compass
- চতুৰ্দিশেAdverb
চাৰিওদিশে; চাৰিওফালে
on all sides; all around
- চতুৰ্দোলNoun
চাৰিজনে কান্ধত দিয়া দোলা; যেনে-"দুই ভাই খাপিলন্ত চতুৰ্দ্দোলে" (মা. ক., অযোধ্যাকাণ্ড)
a litter borne by four men
- চতুৰ্দ্দশcaturddaśaNoun
চৈধ্য
fourteen
- চতুৰ্দ্দশীcaturddaśī
আঁউসী বা পূৰ্ণিমাৰ পাছৰপৰা চৈধ্য দিন; অমাবস্যা বা পূৰ্ণিমাৰ আগ দিন
the fourteenth day of the lunar month
- চতুৰ্দ্দিশcaturddiśaNoun
চাৰিও দিশ বা ফাল; পূব, পশ্চিম, উত্তৰ, দক্ষিণ
the four cardinal points of the compass
- চতুৰ্দ্দিশেAdverb
চাৰিওদিশে; চাৰিওফালে
on all sides; all around
- চতুৰ্দ্দোলNoun
চাৰিজনে কান্ধত দিয়া দোলা; যেনে-"দুই ভাই খাপিলন্ত চতুৰ্দ্দোলে" (মা. ক., অযোধ্যাকাণ্ড)
a litter borne by four men
- চতুৰ্নিউটনso.tur.niu.tonMaterial Noun
চাৰিটা নিউটনৰ দ্বাৰা গঠিত প্ৰকল্পিত কণা৷ অলপতে ধৰা পৰা বুলি কোৱা হৈছে৷
A hypothetical stable cluster of four neutrons.
- চতুৰ্নৱতিso.tur.no.bo.tiAbstract Noun
নব্বৈতকৈ চাৰি বেছি৷
four more than ninety.
- চতুৰ্নৱতিতমso.tur.no.bo.ti.tomAbstract Noun
নব্বৈতকৈ চাৰি বেছি৷
four more than ninety.
- চতুৰ্পাশেcaturpāśeAdverb
চাৰিওফালে; চৌপাশে
in all the four quarters; on all directions or sides
- চতুৰ্ফলকso.tur.pho.lokMaterial Noun
চাৰিখন পিঠি থকা, ত্ৰিভুজ আকৃতিৰ ভূমি যুক্ত পিৰামিড আকাৰৰ বস্তুু৷
A tetrahedron (plural: tetrahedra ) is simply a pyramid with triangular base (so no, not like the ones in Egypt). It`s a solid object with four triangular faces, three on the sides (lateral faces), and one on the bottom (base), and four vertices(corners).
- চতুৰ্বক্ত্ৰso.tur.bok.troProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- চতুৰ্বাহুso.tur.ba.huProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- চতুৰ্বিংশso.tur.bing.xoAbstract Noun
বিছতকৈ চাৰি বেছি ৷
four more than twenty; the symbol denoting 24 (২৪ in Assamese)