কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফিক্phikIntransitive verb
উখহ্; বাঢ়্; বৱদ্ধি পা
to swell; to rise
- ফিঙphiṅaNoun
ফেঁছ বা ফেঁচু চৰাই।
- ফিঙাphiṅāNoun
ফেঁছ বা ফেঁচু চৰাই।
- ফিঙ্গকCommon Noun
এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷
An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye.
- ফিঙ্গাCommon Noun
এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷
An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye.
- ফিচকাৰীphicakārīNoun
ফাকুবাত ৰঙীণ পানী মাৰিবলৈ লোবা যতন।
- ফিচাfi.saAbstract Noun
যিকোনো মাছৰ শেষৰ ’V’ আকৃতিৰ পাখি বা কোনো কোনো জন্তুৰ ঠিয় আৰু চেপেটা নেজ ভাগ ৷ বৰ্ত্তমান যুগত এৰোপ্লেন, ৰকেট, চাবমেৰিন আদিৰ পাচফালে বতাহ বা পানীৰ মাজেৰে পোন দিশেৰে গতি কৰিব পৰাকৈ বিশেষ ভাবে তৈয়াৰ কৰি উলিওৱা যন্ত্ৰ বিশেষ ৷
The end limbs of a fish that is used to steer while traveling in water. In the modern age a fin is used to lift or thrust an Airplane, Rocket, Submarine etc. in water or air.
- ফিচাহিনীphicāhinīNoun
পিশাচিনী; যখিনী
a female spirit
- ফিচাহিনী-থুই
"যখিনী-থুই" চোবাঁ।
- ফিচিকাphi.si.kaVerbal Adj.
অলপ অলপ ফটা (পুৰণি কাপোৰ)
slightly torn (old cloth)
- ফিচিক্phicikIntransitive verb
ছুলেই বা অলপকৈ টানিলেই ফাট্ (কাপোৰ); পুৰণি কাপোৰৰ নিচিনা অলপ অলপ ফাট্
to be easily or slightly torn, as a cloth
- ফিচিঙা-ফিচিঙিphiciṅā-phiciṅiNoun
চকুৰ ভঙ্গীৰে কোনো কথালৈ টোবাই এজনৰ মুখলৈ আনজনে চাই মিচিকা-মিচিক কৰা কাৰ্য্য (নিন্দাত)
exchanging significant glances and smiles
- ফিছাphichāNoun
মাছৰ ফান
the caudal fins of a fish
- ফিজphijaNoun
মাছুল
fees
- ফিজিphi.jiProper Noun
দক্ষিণ প্ৰশান্ত মহাসাগৰৰ এখন দ্বীপৰাষ্ট্ৰ।
Fiji FEE-jee, officially the Republic of Fiji, is an island country in Melanesia in the South Pacific Ocean about 1,100 nautical miles northeast of New Zealand's North Island.
- ফিজিঅথেৰাপীphi.ji.o.the.ra.piCommon Noun
ব্যায়াম, অংগ সঞ্চালন আদিৰ সহায়ত ৰোগৰ উপশম ঘটাবলৈ কৰা চিকিৎসা৷
a treatment of ailments by physical exercises.
- ফিটphiṭaNoun
মূৰ্চ্ছা
fainting
- ফিট খাfit khaVerb-Trans.
জৰী জোৰকৈ টানি বান্ধ্ ৷
To draw the string tight in binding.
- ফিট-ফাটphiṭa-phāṭaAdjective
অত্যন্ত পৰিপাটি।
- ফিটকিৰিphit.ki.riMaterial Noun
এলুমিনিয়ামৰ এমোনিয়াম দ্বি-চালফেট; এক বগা স্ফটিক
a white crystalline double sulfate of aluminum: the ammonium double sulfate of aluminum