কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থৰহৰিtharahariAdverb
অতিশয়ৰূপে (কম্পমান)
(trembling), excessively
- থৰুবাtharubāNoun
দাঁতৰ আলু
the gum of the teeth
- থৰুৱাtho.ruwaMaterial Noun
দাঁত য’ত লাগি থাকে সেই মাংস পেশী৷
The firm connective tissue covered by mucous membrane that envelops the alveolar arches of the jaw and surrounds the bases of the teeth.
- থৰ্কাtharkāNoun
চৰু আদি তুলি ৰখা খোঁকাউৰি।
- থৰ্থৰিtharthariNoun
অতিশয় কঁপনি; বৰ ব্যাকুল অবস্হা
trembling; state of being amazed
- থৰ্থৰিমানAdjective
অতি কম্পমান; ভয়ত বৰ ব্যাকুল
shuddering with fear; amazed
- থৰ্বৰ্tharbar
থৰক-বৰক।
- থ’ৰিয়ামNoun
থ’ৰিয়াম
থ’ৰিয়াম
- থ’ৰিয়াম ডাইঅক্সাইডNoun
থ’ৰিয়াম ডাইঅক্সাইড
থ’ৰিয়াম ডাইঅক্সাইড