কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যাদুবিদ্য়াAbstract Noun
বিশেষকৈ দুষ্ট উদ্দেশ্যৰ বাবে যাদুৰ অভ্যাস; মন্ত্ৰৰ ব্যৱহাৰ৷
the practice of magic, especially for evil purposes; the use of spells.
- যাদৃচ্ছিকja.dri.sikProper Adj.
নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷
a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly.
- যাদৃচ্ছিকভাৱেja.dri.sik.bhabeAdverb
এটা থূপ বা সমষ্টিৰ উপাদানবোৰৰ চয়ন এনে দৰে কৰা যাতে প্ৰতিটো উপাদানৰে চয়ন কৰাৰ সম্ভাৱিতা সমান হয়
done in such a way that each item of a set has an equal probability of being chosen
- যাদৃশja.drixConjuction
এনে পৰ্য্যায়লৈকে যে; যিদৰে কোৱা হৈছে তেনেকৈ; উদাহৰণ স্বৰূপে
(used correlatively after an adjective or adverb prec. by an adverbial phrase, the adverbial as, or another adverb) to such a degree or extent that: It came out the same way as it did before. You are as good as you think you are.
- যাদৱja.dobProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- যাদৱশyādawaśaAdjective
যেনে
as
- যাদৱৰায়ja.dob.rayProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- যানyānaNoun
কোনো পাত্ৰৰ খুৰা বা পইৰা
the support or leg of any vessel
- যান-জঁটjan-jo~tAbstract Noun
বহুতো যান-বাহন একে ঠাইত গোট খাই আগুৱাব নোৱাৰা হৈ ইখনে সিখনক ভেটি ধৰা অৱস্থা
a number of vehicles blocking one another until they can scarcely move
- যান্ত্ৰিকyāntrikaAdjective
যন্ত্ৰ-সম্বন্ধীয়
pertaining to a machine
- যান্ত্ৰিক অভিযন্তাjan.trik o.bhi.jon.taVerbal Noun
Person who deals with the generation and application of heat and mechanical power and the design, production, and use of machines and tools.
- যান্ত্ৰিক অভিযান্ত্ৰিকjan.trik o.bhi.jan.trikVerbal Noun
The branch of engineering that encompasses the generation and application of heat and mechanical power and the design, production, and use of machines and tools.
- যান্ত্ৰিক ভুলjan.trik bhulAbstract Noun
কোনো এটা জোখ-মাপ কৰা সঁজুলিৰে জোখা মান আৰু প্ৰকৃত মানৰ পাৰ্থক্য৷
The combined accuracy and precision of a measuring instrument, or the difference between the actual value and the value indicated by the instrument (error). Measuring instruments are usually calibrated on some regular frequency against a standard.
- যান্ত্ৰিকতাAbstract Noun
যন্ত্ৰৱৎ আনৰ দ্বাৰা পৰিচালিত হোৱা অৱস্থা
A state of being mechanically manipulated by others
- যাপনyāpanaNoun
অতিবাহন; নিওবা কাৰ্য্য
time spent
- যাপন কৰ্ja.pon korVerb-Trans.
কোনো কাম কৰি সময় খৰচ কৰ্।
to utilize time for some purpose.
- যাপিতyāpitaAdjective
অতিবাহিত
spent
- যাপ্যyāpyaAdjective
বহুদিনীয়া আৰু সোনকালে এৰি যাৰ নোখোজা; যেনে, যাপ্য ৰোগ
chronic
- যাবক্ষাৰিকyābakṣārikaAdjective
য-খাৰ-সম্বন্ধীয়; য-খাৰ থকা
nitric
- যাবজ্জীবনyābajjībanaAdverb
জীয়াই থকালৈকে; জীয়াই থকা কালৰ ভিতৰত
as long as one's life lasts