কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধাৱমানdha.wo.manVerbal Adj.
যি দৌৰি গৈ আছে
one who is running
- ধাৱাdha.waAbstract Noun
দেশ বা ৰাষ্ট্ৰৰ মাজত হোৱা সশস্ত্ৰ বিবাদ
an armed conflict between nations or states.
- ধাৱিতdha.bi.toProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- ধিংdhimNoun
লোকৰ ওপৰত দপ্দপনি; মহতালি
artogance
- ধিকাৰNoun
নিন্দা, তিৰস্কাৰ; গালি
censure; reproach; abuse
- ধিকাৰ ছাৰ্
হায়ৰাণ হ; হাৰাশান্তি হ
to be harrassed or fatigued
- ধিক্dhikNoun
ছিঃ; লাজ দিয়া বা নিন্দা কৰা মাত
fie!; shame!
- ধিক্কাৰNoun
নিন্দা, তিৰস্কাৰ; গালি
censure; reproach; abuse
- ধিতিঙাdhitiṅāAdjective
কাম নকৰি হোবা এলেহুবা; কাম নকৰি গা ঘেলাই ফুৰা; ঠেং জোকাৰি ঘূৰি ফুৰা
uninured to work; idle
- ধিতিঙালিdhi.ti.nga.liVerbal Noun
কাম নকৰি গা ঘেলাই ফুৰা কাৰ্য্য
the act of roaming here and there without doing any work
- ধিতৰাজdhitarājaNoun
এবিধ মটীয়া বৰণৰ বনৰীয়া ৰাজহাঁহ
a kind of wild goose; the grey goose
- ধিপধিপনিdhip.dhi.po.niAbstract Noun
Rhythimic pulsation of a heart, etc.
- ধিপসুAdjective Adj.
সত্য বা প্ৰকৃত তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা বক্তব্য
refers to a statement which is contrary to fact or truth
- ধিপ্ধিপাdhipdhipāIntransitive verb
কঁপ্।
- ধিমাdhimāNoun
গুৰি বা জুলীয়া বস্ত্ত গোট মাৰি হোবা ডোখৰ।
- ধিৎপিলিঙাdhitpiliṅāAdjective
ধিতিঙা।
- ধিয়াdhiẏāTransitive verb
ধ্যান কৰ্; সদায় চিন্তি থাক্
to meditate upon; to reflect upon
- ধিয়ানdhiẏānaNoun
ধ্যান।
- ধিয়ান লাগ্
ৰ লাগ্; যেনে-"লাগিল ধিয়ান নভাষয় আন যত সমস্যাৰ লোক" (শঙ্কৰ-চৰিত)।
- ধীdhīNoun
বুদ্ধি; জ্ঞান।