কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰণ-শিঙ্গা (-ঙা)raṇa-śiṅgā, (-ṅā)Noun
ৰণত বজোবা এবিধ ডাঙৰ পেঁপা বিগুল
a war trumpet; bugle
- ৰণক-জনকraṇaka-janakaNoun
অলঙ্কাৰবোৰ জোকাৰ খাই হোবা শব্দ
an imitative word used to express the tinkling or jingling sound of ornaments
- ৰণকামীron.ka.miProper Adj.
ৰণ কৰিবলৈ ভাল পোৱা
Aggressive and wanting to fight.
- ৰণকৌশলron.kou.xolAbstract Noun
A long term plan or policy, art of war
- ৰণকৌশল বিশাৰদCommon Noun
কাৰ্য বা নীতি পৰিকল্পনাত দক্ষ ব্যক্তি, বিশেষকৈ যুদ্ধ বা ৰাজনীতিত ৷
a person skilled in planning action or policy, especially in war or politics.
- ৰণক্লান্তron.klan.toProper Adj.
ৰণত ভাগৰি পৰা, অৱশ হোৱা বা পুনৰাই যুঁজিবলৈ (সেই সময়ত) উদ্যম নথকা৷
The fatigue or tiredness after a long battle.
- ৰণক্ষেত্ৰron.khyet.roMaterial Noun
যুদ্ধ কৰা মুকলি ঠাই ।
the place where a battle is, or was, fought.
- ৰণঙ্গনাraṇaṅganāIntransitive verb
জোকাৰ খোবা কাঁহী বাটি বা অলঙ্কাৰৰ দৰে শব্দ কৰ্
to jingle
- ৰণচণ্ডীro.no.son.diProper Adj.
আক্ৰমণাত্মক মানুহ বা দলৰ মানসিকতা, আক্ৰমণ কৰিবলৈ উদ্যত হৈ থকা।
an attacking mood, frequently used to express the attacking or about to attacking person or group.
- ৰণচালিro.no.sa.liProper Adj.
আক্ৰমণাত্মক মানুহ বা দলৰ মানসিকতা, আক্ৰমণ কৰিবলৈ উদ্যত হৈ থকা।
an attacking mood, frequently used to express the attacking or about to attacking person or group.
- ৰণচোড়ro.no.so`rProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- ৰণজননিron.jo.no.niAbstract Noun
কাঁহী-বাটী, অলংকাৰ আদি জোকাৰ খাই উঠা শব্দ
The tinkling or ringing metallic sound.
- ৰণজনাron.jo.naVerb-Intran.
কাঁহী-বাটী, অলংকাৰ আদি জোকাৰ খাই শব্দ কৰ্
To make a tinkling or ringing metallic sound.
- ৰণডংকাro.no.dong.kaMaterial Noun
যুদ্ধৰ সময়ত বজোৱা মৃদঙ্গ-সদৃশ বাদ্য বিশেষ।
a drum-like musical instrument especially played during war.
- ৰণতৰীron.to.riCommon Noun
সমুদ্ৰ যুদ্ধত ব্যৱহাৰ হোৱা জাহাজ
a ship built and used for fighting in the sea
- ৰণদুন্দুভিro.no.dun.du.bhiMaterial Noun
যুদ্ধৰ সময়ত বজোৱা মৃদঙ্গ-সদৃশ বাদ্য বিশেষ।
a drum-like musical instrument especially played during war.
- ৰণদুৰ্মদProper Adj.
যুদ্ধৰ বাবে উদ্যত বা উত্তেজিত
a person who advocates, endorses, or tries to precipitate war
- ৰণনraṇanaNoun
ঝঙ্কাৰ; জনজননি
resonance
- ৰণনীতিron.ni.tiAbstract Noun
A long term plan or policy, art of war
- ৰণপোতron.po’tCommon Noun
সমুদ্ৰ যুদ্ধত ব্যৱহাৰ হোৱা জাহাজ
a ship built and used for fighting in the sea