কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভষ্মকূটbhos.mo.kutProper Noun
গুৱাহাটীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ মাজত থকা এটা পৰ্বত আৰু তাৰ ওপৰত থকা শিৱলিংগ৷
a rocky island in the midst of the Brahmaputra river at Guwahati and the temple of Siva on the top of it.
- ভষ্মশিলাbhos.mo.xi.laProper Noun
গুৱাহাটীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ মাজত থকা এটা পৰ্বত আৰু তাৰ ওপৰত থকা শিৱলিংগ৷
a rocky island in the midst of the Brahmaputra river at Guwahati and the temple of Siva on the top of it.
- ভষ্মাচলbhos.ma.solProper Noun
গুৱাহাটীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ মাজত থকা এটা পৰ্বত আৰু তাৰ ওপৰত থকা শিৱলিংগ৷
a rocky island in the midst of the Brahmaputra river at Guwahati and the temple of Siva on the top of it.
- ভসাৰ্bhasārTransitive verb
ভোঁহাৰ্; ফালি-ছিৰি উলিয়া
to break open; to pierce
- ভস্মbhasmaNoun
ফুটছাই
ashes
- ভস্মসাৎAdjective
ছাই হোবা; ভস্ম উঠা; পুৰি সমূলি নষ্ট হোবা
reduced to ashes; wholly destroyed, as by fire
- ভস্মস্তূপAbstract Noun
জলি নিঃশেষ হৈ যোৱাৰ পাচত থকা অৱশিষ্ট৷
remains after being destroyed by fire
- ভস্মাৱশেষbhos.ma.bo.xexAbstract Noun
জলি নিঃশেষ হৈ যোৱাৰ পাচত থকা অৱশিষ্ট৷
remains after being destroyed by fire
- ভস্মীকৃতbhos.mi.kri.toVerbal Adj.
যাক পুৰি ছাই কৰি দিয়া হৈছে
which has been burnt or reduced to ashes by burning
- ভস্মীকৱতAdjective
পুৰি সমূলি ছাই কৰা
wholly reduced to ashes
- ভস্মীভূতAdjective
ছাই হোবা; ভস্ম উঠা; পুৰি সমূলি নষ্ট হোবা
reduced to ashes; wholly destroyed, as by fire
- ভস্মীভূত কৰ্bhos.mi.bhu.to korVerb-Trans.
জুয়ে পুৰি ছাইলৈ ৰূপান্তৰিত হ বা কৰ্
to burn or reduce to ashes
- ভস্মীভূত হbhos.mi.bhu.to hoVerb-Trans.
জুয়ে পুৰি ছাইলৈ ৰূপান্তৰিত হ বা কৰ্
to burn or reduce to ashes
- ভহাTransitive verb
উটাই নি
to cause to float
- ভাbhaAbstract Noun
শক্তিৰ এটা ৰূপ, যি বস্তু দৃশ্যমান কৰে
a form of energy that renders visibility
- ভাঁইৰাbha~i.raCommon Noun
এজোপা ডাঙৰ চিৰসেউজীয়া গছ আৰু ইয়াৰ গুটি ৷ আয়ুৰ্ব্বেদ শাস্ত্ৰৰ ত্ৰিফলা চূৰ্ণ তৈয়াৰীত ব্যৱহাৰ হোৱা তিনিবিধ ফলৰ এবিধ ৷
Belleric myrobalan is one of the vital fruit for prepareing the "Triphola Suran" (an ayurvedic powder) out of three fruits and its tree. It is a big evergreen and deciduous tree.
- ভাঁকৰাbhām̐karāAdjective
মুখ মেলি চাই থকা; অপাত্ৰ; অযোগ্য
dull; worthless; unskilful
- ভাঁজbhām̐jaNoun
পাক; মেচ; বক্ৰতা
a bend; a contraction; a distortion
- ভাঁজ কৰ্bha~j korVerb-Trans.
একেলগ কৰি পাক দে
to roll or wind together
- ভাঁজ খাVerb-Intran.
বিশেষকৈ মাজভাগত ওজন বা চাপৰ ফলত তলফাললৈ ডুব যা বা ভিৰ ল ৷
to sink or bend downward by weight or pressure, especially in the middle.