কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দবৰাMaterial Noun
ছালত (বিশেষকৈ মুখমণ্ডলত) হোৱা সৰু ফোঁহা।
small swelling of the skin, usually caused by acne; a papule or pustule.
- দবৰা-দবৰিdabarā-dabariNoun
পৰস্পৰ খুন্দা-খুন্দি বা আঁজোৰা-আঁজুৰি কৰা কাৰ্য্য
mutual pulling and pushing; a struggle
- দবৰাদবৰি কৰ্do.bo.ra-do.bo.ri korVerb-Intran.
ইজনে সিজনক মাটিত বগৰাবলৈ চেষ্টা কৰি যুঁজ কৰ্
fight by grappling and trying to throw the other one down
- দভ্ৰMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- দমdamaNoun
ব্যঞ্জন-বিশেষ (আলুৰ)।
- দম দেdom deVerb-Trans.
To assail or speak with contemptuous or opprobrious language
- দম ল
উশাহ ল; খন্তেক জিৰা
pause or rest a while
- দম-কলdama-kalaNoun
বায়ুৰ হেঁচাৰ দ্বাৰা পানী তোলা যন্ত্ৰ
a pump
- দমক
যি দমন কৰে।
- দমকলdom.kolMaterial Noun
মাটিৰ তললৈ নলী (সাধাৰণতে লোৰে নিৰ্মিত) বহুৱাই বায়ুৰ চাপৰ সহায়ত ভূ-গৰ্ভস্থ পানী তোলা যন্ত্ৰ ।
a well (often with a hand-pump at the surface) made by driving a tube into the earth to a stratum that bears water
- দমঘোষdamaghoṣaNoun
শিশুপালৰ পিতৱ।
- দমদইমাProper Adj.
ওখ পাখ
someone who is tall and healthy
- দমদমdamadama
"দপ্দপ্", "দপ্দপা", "দপ্দপনি" চোবাঁ।
- দমদমনিdamadamani
"দপ্দপ্", "দপ্দপা", "দপ্দপনি" চোবাঁ।
- দমদমাdamadamā
"দপ্দপ্", "দপ্দপা", "দপ্দপনি" চোবাঁ।
- দমনdamanaNoun
বশ বা পৰাস্ত কৰা কাৰ্য্য
the act of controlling or subduing
- দমন কৰ্do.mon korVerb-Trans.
বল প্ৰয়োগ কৰি বশ কৰ্
To put an end to, esp. forcibly
- দমনকাৰীdo.mon.ka.riProper Adj.
যি দমন কৰে বা দমন-কৰোঁতা
a person or thing that suppresses
- দমনাdamanāNoun
এবিধ সুগন্ধি পাত থকা সৰু গছ; তংলতি
a kind of plant with fragrant leaves
- দমনা মাৰ্, দমলা বান্ধ্
ভালেখিনি ঠাই জুৰি ছাল উঠ্; বহল হৈ উখহি উঠ্
to rise in a blotch