কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জনমভূমিjo.nom.bhu.miAbstract Noun
নিজে জন্ম গ্ৰহণ কৰা ঠাই ৷
The country where you were born.
- জনমভৰjo.nom.bhorAdjective Adj.
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷
lasting or existing all through somebody's life; lasting a lifetime
- জনমভৰ ফাটকjanamabhara, phāṭakaNoun
জীয়াই থাকে মানে ফাটক বা কাৰাদণ্ড
imprisonment for life
- জনমানসjo.no.ma.noxAbstract Noun
সৰ্বসাধাৰণ মানুহৰ মন ৷
the public eye or mind.
- জনমুখীjo.no.mu.khiVerbal Adj.
people-friendly or people-oriented
- জনমূৰিjo.no.mu.riAdverb
দুই বা ততোধিক লোকৰ প্ৰত্যেক জনলৈ বা প্ৰত্যেক জনৰ পৰা
To or from every one of two or more (considered individually).
- জনলোকjo.no.lo’kMaterial Noun
সাত স্বৰ্গৰ এক, ব্ৰহ্মাৰ পুত্ৰবিলাক থকা ঠাই৷
one of the seven regions of the heaven as per Hindu mythology.
- জনশক্তিjo.no.xok.tiAbstract Noun
the amound of labour done by human employees
- জনশূন্যjo.no.xu.nyoProper Adj.
কোনো মানুহ নথকা ঠাই৷
a place that is empty and not attractive, with no people or nothing pleasant in it.
- জনশ্ৰুতিjo.no.sru.tiCommon Noun
বহুদিনৰপৰা লোকৰ মুখে মুখে চলি অহা বা শুনা কথা ।
a traditional story from the past which may not be true.
- জনসংকুলjo.no.xong.kulProper Adj.
অধিক জনসংখ্যা থকা ঘন বসতিপূৰ্ণ ৷
Containing many people or inhabitants; having a large population.
- জনসংখ্যাjo.no.xong.khyaAbstract Noun
কোনো ঠাই, অঞ্চল, দেশ আদিত থকা মানুহ বা দলৰ মুঠ সংখ্যা
Total number of people or any group of living things in a place, region, country, etc.
- জনসংযোগjo.no.xong.jo’gAbstract Noun
ৰেডিঅ’, দূৰদৰ্শন, বাতৰি কাকত, ইন্টাৰনেট আন্তজাল আদিৰ মাধ্যমেৰে একে সময়তে বহু ঠাইৰ বহু মানুহক খবৰ বাতৰি দিয়া বা ভাবৰ আদান প্ৰদান, তথ্য বিনিময় কৰা এক পদ্ধতি৷
a process of providing, sharing information with many people at the same time through print and electronic media, internet etc.
- জনসভাjo.no.xo.bhaAbstract Noun
জনসাধাৰণৰ বাবে মুকলি বা জনসাধাৰণে অংশ গ্ৰহণ কৰা সভা
public meeting, i.e. a meeing attended by or open for common man
- জনসমষ্টি আনুবংশিকবিজ্ঞানAbstract Noun
জনসমষ্টি আনুবংশিকবিজ্ঞান
জনসমষ্টি আনুবংশিকবিজ্ঞান
- জনসমষ্টি ঘনত্বAbstract Noun
জনসমষ্টি ঘনত্ব
জনসমষ্টি ঘনত্ব
- জনসমাদৃতjo.no.xo.ma.dri.toProper Adj.
সাধাৰণ লোকৰদ্বাৰা মৰম, স্নেহ আৰু সন্মানিত ব্যক্তি ৷
Regarded with great favour, approval, or affection especially by the general public.
- জনসমাৱেশjo.no.xo.ma.bexAbstract Noun
বহুত মানুহ একে ঠাইতে গোট খোৱা কাৰ্য৷
an assemblage of people.
- জনসমুদ্ৰjo.no.xo.mu.droAbstract Noun
সমুদ্ৰৰ দৰে লগা বিশাল জনসমাৱেশ।
a great multitude of people.
- জনসম্পৰ্কৰক্ষী বিষয়াjo.no.xom.por.ko.ro.khyi bi.xo.yaCommon Noun
Official designated to act as a means of communication with outside agencies, customers, etc.