কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰজনীশroj.nixMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- ৰজনীসখাro.jMaterial Noun

- ৰজনীৰাজro.jo.ni.rajMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- ৰজস্rajasNoun
তিৰোতাৰ মাহেকীয়া স্ৰাব বা গা-যোবা
the monthly discharge of a woman
- ৰজস্বলাrajasbalāAdjective
মাহেকীয়া স্ৰাব হোবা; ছুব নোবৰা হোবা
having monthly course
- ৰজাrajāNoun
নৱপতি; দেশৰ অধিপতি
a king
- ৰজা-শগুনrajā-śagunaNoun
এজাতি শগুন [ইয়াৰ মূৰ, কাণ ৰঙা আৰু ডিঙি বগা।]; "গৱধ্ৰ" চোবাঁ
the king vulture
- ৰজাঘৰro.ja.ghorAbstract Noun
কোনো নিৰ্দ্দিষ্ট এলেকা, জিলা, ৰাজ্য বা দেশৰ প্ৰশাসনীয় কৰ্ত্তৃপক্ষ।
the administrative or ruling entity of a specific area, district, province or a country.
- ৰজাদুৱাৰProper Noun
উত্তৰ গুৱাহাটীৰ এখন ঠাই৷ ৰুদ্ৰসিংহই ৰংমহলত কোঠমাৰি থাকোতে ৰংমহললৈ সোমোৱা বাট বা দুৱাৰ৷
A place in North Guwahati. It was etrance(duwar) to king's palace(rangmahal)
- ৰজাশগুণro.ja.xo.gunCommon Noun
বৈজ্ঞানিক নামঃ চাৰ্ক’ৰেম্ফাচ্ পাপা, ই এবিধ ডাঙৰ আকাৰৰ শগুণ ৷ ইয়াৰ পাখিৰ বৰণ সাধাৰণতে বগা আৰু নেজৰ পাখি ক’লা ৷ মূৰ আৰু ডিঙিত পাখি নাথাকে; গাৰ ছালৰ বৰণ হালধীয়া, কজলা বা ৰঙা আদি ভিন-ভিন হয় ৷ ইয়াৰ ঠোঁটত এটা হালধীয়া ৰঙৰ মাংসযুক্ত উখহা অংশ থাকে ৷
The King Vulture, Sarcoramphus papa, is a large kind of Vulture. It is mostlly white and black tail feathers. Its head and neck are bald, with the skin color varying, including yellow, purple, and red. The King Vulture has a very noticeable yellow fleshy caruncle on its beak.
- ৰজিতাrajitāAdjective
মিল; মানী; জোৰা-জোখা হোবা
consistent; approriate
- ৰজোগুণrajoguṇaNoun
ৰাজসিক গুণ; সংসাৰ-সুখৰ ইচ্ছা আৰু অহঙ্কাৰ আদি উৎপন্ন কৰা গুণ
the passion for world-liness; the inherent quality in humanity
- ৰজোদৰ্শনrajodarśanaNoun
তিৰোতাৰ মাহেকীয়া স্ৰাব হোবা কাৰ্য্য
the appearance of catamenia
- ৰজোনিবৱত্তিNoun
তিৰোতাৰ ছুব নোবৰা বন্ধ হোবা
the cessation of monthly discharge
- ৰজোবন্ধNoun
তিৰোতাৰ মাহেকীয়া ছুব নোবৰা বন্ধ হোবা ৰোগ
dysmenorrhoea
- ৰজ্Material Noun
অপৰিষ্কাৰ পদাৰ্থ, যেনে মাটিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা।
any foul or filthy substance, esp. powdery soil.
- ৰজ্জুroj.juMaterial Noun
মৰাপাট, ভাং বা আন গছৰ আঁহ অথবা প্লাষ্টিক, ধাতু আদিৰে তৈয়াৰী, শক্তিশালী আৰু ডাঠ, দীঘল, পকোৱা সূতা সদৃশ বস্তু
a strong, thick line commonly one composed of twisted or braided strands of hemp, flax, or the like, or of wire or other material.
- ৰজ্জুপথ্roj.ju.pothMaterial Noun
দুখন পাহাৰৰ মাজত অহা-যোৱা কৰিবৰ বাবে ৰছীৰে তৈয়াৰ কৰা ওলমা যাতায়ত পথ ৷
A communication between two hills or either side of a river by means of rope and small cabs. A ropeway is a form of naval lifting device used to transport light stores and equipment across rivers or ravines.
- ৰজ্জুযানruj.jo.janMaterial Noun
যাত্ৰীক পাহাৰ বা পৰ্ব্বতৰ ওপৰলৈ অনা-নিয়া কৰা, এডাল ডাঠ ধাতুৰ ৰচীৰে টনা এখন সৰু ৰেলগাড়ী
A small railway that carries people up and down a steep hill or mountain, pulled by a thick metal rope; A railway in which the cars are pulled up and down a slope by means of a cable:
- ৰঞ্জকAdjective
আনন্দ দিয়া; যেনে-"প্ৰজা-ৰঞ্জক গুণ"
pleasing